আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ৷

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ৷



আজি আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস বা আন্তৰ্জাতিক আদিবাসী দিৱস । প্ৰতি বছৰে ৯ আগষ্টত পালন কৰা হয় আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ৷ ১৯৯৪ চনৰ পৰা পালন কৰি অহা এই দিৱসৰ উদ্দেশ্য হৈছে  খিলঞ্জীয়া সকলৰ সুৰক্ষা, ভাষা- সংস্কৃতি, সংস্থাপন, বিকাশ আদিত যোৰ দিয়া  । এই দিনটোতে ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া বাবে এক টাস্কফৰ্চ গঠন কৰিছিল আৰু এই বৈঠক হৈছিল ১৯৮২ চনৰ ৯ আগষ্টত ৷ ১৯৯২ চনৰ ৩ জুনত ব্ৰাজিলত অনুষ্ঠিত বিশ্ব ধৰিত্ৰী দিৱসৰ আন্তৰ্জাতিক সন্মিলনত আদিবাসী সকলৰ স্থিতিৰ সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ পস্তাব লোৱা হয়।   ৷ ইয়াৰ পাছত ১৯৯৪ চনত জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘ সাধাৰণ সভাত   ৯ আগষ্টত এই দিৱস পালনৰ ঘোষণা কৰে ৷




সম্পৰ্কীয় লেখাসমূহৰ :---



Post a Comment

Previous Post Next Post