ইতিহাসত আজিৰ দিনটো ১০ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১০ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ডেংগু প্ৰতিৰোধ দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮০৯ চনৰ আজিৰ দিনটোতে ইকুৱেডে স্পেইনৰ পৰা স্বাধীনতা লাভ কৰিছিল।
(২) ১৮২২ চনৰ আজিৰ দিনটোতে ছিৰিয়াত অহা ভূমিকম্পত ২০ হাজাৰ লোকৰ মৃত্যু হয়।
(৩) ১৮৩১ চনৰ আজিৰ দিনটোতে কেৰিবিয়ান দ্বীপ বাৰ্বাডছত অহা ছুনামিত কেইবাহাজাৰ লোক নিহত হয় ।
(৪) ১৯৭৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিইনৰ মহাৰাণী এলিজাবেথে ১১ বছৰৰ পাছত উত্তৰ আইৰলেণ্ডেলৈ যাত্ৰা কৰে ৷
(৫) ২০০৬ চনৰ আজিৰ দিনটোতে শ্ৰীলংকা  তামিল বিদ্ৰোহীৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত ৫০জন লোক নিহত হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৯ চনৰ আজিৰ দিনটোতে উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা উৎক্ষেপন কৰা হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৬০ চনৰ এই দিনটোতে ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হয়।
(২) ১৮৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰতৰত্ন বৰাহগিৰি বেংকটগিৰিৰ জন্ম হৈছিল।
(৩) ১৯৬৩ চনৰ আজিৰ দিনটোতে একালৰ দস্যু ৰাণী ভাৰতীয় লোকসভাৰ সাংসদ  ফুলন দেৱীৰ জন্ম হৈছিল।

মৃত্যু : ----





Post a Comment

Previous Post Next Post