আগষ্ট
26 | 27 | 28 | 29 | 30 | 31 | 1 |
3 | 3 | 4 | 5 | 6 | 7 | 8 |
9 | 10 | 11 | 12 | 13 | 14 | 15 |
16 | 17 | 18 | 19 | 20 | 21 | 22 |
23 | 24 | 25 | 26 | 27 | 28 | 29 |
30 | 31 | 1 | 2 | 3 | 4 | 5 |
আজিৰ তাৰিখ ১ আগষ্ট ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) ৱৰ্ল্ড ৱাইড ৱেব দিৱস ৷
(২) বিশ্ব স্তন্যপায়ী দিৱস ৷
(২) লোকমান্য তিলক স্মৃতি দিৱস।
(২) বিশ্ব স্তন্যপায়ী দিৱস ৷
(২) লোকমান্য তিলক স্মৃতি দিৱস।
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৮৩১ চনৰ আজিৰ দিনটোতে নতুন লণ্ডন ব্ৰিজ যাতায়াতৰ কাৰণে মুকলি কৰি দিয়া হয়।
(২) ১৮৮৩ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইনত আন্তঃদেশীয় ডাক সেৱা আৰম্ভ কৰা হয় ।
(৩) ১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়।
(৪) ১৯৫৩ চনৰ আজিৰ দিনতোতে কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডল কাষ্টোক গেপ্তাৰ কৰা হয়।
(৫) ১৯৬০ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাজধানী কৰাছী পৰা সলনি কৰি ইছলামাবাদ কৰা হয় ৷
(৬) ২০০৬ চনৰ আজিৰ দিনটোতে জাপানে বিশ্বৰ প্ৰথম ভূমিকম্পৰ আগজাননী দিব পৰা পদ্ধতি আৰম্ভ কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৯১৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ পূৰ্বৰ অধ্যক্ষ এনি বেচান্তে হোম ৰুল লিগৰ আৰম্ভণি কৰে ৷
(২) ১৯২০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ আৰম্ভণি কৰে ৷
(৩) ১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ সকলো এয়াৰলাইনছ ৰাষ্ট্ৰীয়কৰণ কৰা হয় ৷
(৪) ১৯৫৭ চনৰ আজিৰ দিনটোতে নেচনেল বুক ট্ৰাষ্ট স্থাপন কৰা হয় ।
(৫) ১৯৫৮ চনৰ আজিৰ দিনটোতে আচাৰ্য বিনোৱা ভাবেক ৰমণ মেগছেছে বঁটা প্ৰদান কৰা হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৮৮২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী পুৰুষোত্তম দাস টেণ্ডনৰ জন্ম হৈছিল।
(২) ১৯১৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা ভগৱান দাদাৰ জন্ম হয় ।
(৩) ১৯৩২ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী মীনা কুমাৰীৰ জন্ম হৈছিল ।
(৪) ১৯৩৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় সাহিত্যক গোবিন্দ মিশ্ৰৰ জন্ম হয়

মৃত্যু : ----
(১) ১৯২০ চনৰ আজিৰ দিনটোতে লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল।
(২) ১৯৯৯ চনৰ আজিৰ দিনটোতে বাংলা আৰু ইংৰাজী ভাষাৰ লেখক নিৰোদ চি চৌধুৰীৰ লণ্ডনত মৃত্যু হয় ৷
(৩) ২০০৮ চনৰ আজিৰ দিনটোতে এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা হৰকিসন সিং সুৰজিত মৃত্যু হয়

Tags
ইতিহাসত আজিৰ দিনটো