অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা ৷

 অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা 






ক্ৰমিক নং মুখ্যমন্ত্ৰী কাৰ্যকাল
গোপীনাথ বৰদলৈ ১১/০২/১৯৪৬
পৰা ০৬/০৮/১৯৫০ 
বিষ্ণুৰাম মেধি ০৯/০৮/১৯৫০
পৰা ২৭/১২/১৯৫৭
বিমলা প্ৰসাদ চলিহা ২৮/১২/১৯৫৭
পৰা ০৬/১১/১৯৭০লৈ
মহেন্দ্ৰ মোহন চৌধুৰী ১১/১১/১৯৭০
পৰা ৩০/০১/১৯৭২
শৰৎ চন্দ্ৰ সিংহ ৩১/০১/১৯৭২ পৰা ১২/০৩/১৯৭৮লৈ
গোলাপ বৰবৰা ১২/০৩/১৯৭৮ পৰা ০৪/০৯/১৯৭৯লৈ
যোগেন্দ্ৰনাথ হাজৰিকা ০৯/০৯/১৯৭৯ পৰা ১১/১২/১৯৭৯লৈ
ছৈয়দা আনোৱাৰা টাইমূৰ ০৬/১২/১৯৮০ পৰা ৩০/০৬/১৯৮১লৈ
কেশৱ চন্দ্ৰ গগৈ ১৩/০১/১৯৮২ পৰা ১৯/০৩/১৯৮২লৈ 
১০ হিতেশ্বৰ শ‍ইকীয়া ২৭/০২/১৯৮৩ পৰা ২৩/১২/১৯৮৫লৈ
১১ প্ৰফুল্ল কুমাৰ মহন্ত ২৪/১২/১৯৮৫ পৰা ২৮/১১/১৯৯০লৈ
১২ হিতেশ্বৰ শ‍ইকীয়া ৩০/০৬/১৯৯১ পৰা ২২/০৪/১৯৯৬লৈ
১৩ ডাঃ ভূমিধৰবৰ্মন (ভাৰপ্ৰাপ্ত) ২২/০৪/১৯৯৬ পৰা ১৪/০৫ ১৯৯৬লৈ
১৪ প্ৰফুল্ল কুমাৰ মহন্ত

১৫/০৫/১৯৯৬ পৰা ১৭/০৫/২০০১লৈ

১৫ তৰুণ গগৈ ১৮/০৫/২০০১ পৰা ২৪/০৫/২০১৬লৈ
১৬ সৰ্বানন্দ সোণোৱাল ২৪/০৫/২০১৬ পৰা ১০/০৫/২০২১লৈ
১৭ ডঃ হিমন্ত বিশ্ব শৰ্মা ২৪/০৫/২০২১ পৰা বৰ্তমানলৈকে







Post a Comment

Previous Post Next Post