বিশ্বৰ বিভিন্ন দেশৰ মুদ্ৰাৰ নাম

 বিশ্বৰ বিভিন্ন দেশৰ মুদ্ৰাৰ নাম






দেশ মুদ্ৰা
ভাৰত টকা
বাংলাদেশ টাকা
ভূটান গালট্রাম
নেপাল নেপালী ৰূপী
শ্রীলংকা ৰুপী
পাকিস্তান পাকিস্তানী ৰূপী
থাইলেণ্ড বাট্
চীন য়ুৱান
ভিয়েটনাম ডং
মংগোলিয়া টুগ্ৰিক
জাপান ইয়েন
আফগানিস্তান আফগানি
ছিংগাপুৰ ছিংগাপুৰ ডলাৰ
ইণ্ডোনেছিয়া ৰুপিয়া
মালয়েছিয়া ৰিংগিট
মালদ্বীপ ৰুফিয়া
ছৌডি আৰব ৰিয়াল
ইৰাক ইৰাকী ডিনাৰ
ইৰাণ ৰিয়াল
উত্তৰ কোৰিয়া ৱন
দক্ষিণ কোৰিয়া ৱন
ইজিপ্ট ইজিপচিয়ান পাউণ্ড 
ইজৰাইল শ্বেকেল
ফিলিপাইন পেছো
কুৱেইট কুৱেইটী ডিনাৰ
ইউনাইটেড আৰব আমিৰ্টেছ ডিৰাম
ৰাছিয়া ৰুবল
ব্ৰিটিছ যুক্তৰাষ্ট্ৰ পাউণ্ড ষ্টার্লিং
আয়াৰলেণ্ড ইউৰো
নেদাৰলেণ্ডছ ইউৰো
ইটালী ইউৰো
গ্ৰীচ ইউৰো
ফ্রান্স ইউৰো
স্পেইন ইউৰো
জার্মানী ইউৰো
বেলজিয়াম ইউৰো
অষ্ট্ৰিয়া ইউৰো
ছুইডেন ক্রোনা
পর্তুগাল এছকুডো
মেক্সিকো নিউ পেছো
ছুইজাৰলেণ্ড ছুইছ ফ্রাংক
ডেনমার্ক ক্রোন
ফিনলেণ্ড মার্কা
অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়ান ডলাৰ
নিউজিলেণ্ড নিউজিলেণ্ড ডলাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ ডলাৰ
কানাডা কানাডাৰ ডলাৰ
কিউবা পেছো
আর্জেন্টিনা পেছো
ব্ৰাজিল ৰিয়েল
ছিৰিয়া ছিৰিয়ান পাউণ্ড
কেনিয়া কেনিয়া শিলিং
নাইজেৰিয়া নাইৰা
দক্ষিণ আফ্ৰিকা দক্ষিণ আফ্ৰিকান ৰেণ্ড
উৰুগুৱে নিউ পেছো
ঘানা চেডি
চিলি পেছো
চুডান ডিনাৰ
নৰৱে ক্রোন
ভেনিজুৱেলা বলিভাৰ



Post a Comment

Previous Post Next Post