ইতিহাসত আজিৰ দিনটো ৩ চেপ্তেম্বৰ

অক্টোবৰ

জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৩ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব প্ৰকৃতি দিৱস।
(২) জাৰ্মান একতা দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০১ চনৰ আজিৰ দিনটোতে জাপানত প্ৰথম  মটৰ চাইকেল ৰেচিং আৰম্ভ হয় ।
(২) ১৯৩২ চনৰ আজিৰ দিনটোতে ইৰাকে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হয় স্বাধীনতা লাভ কৰে ৷
(৩) ১৯৮৯ চনৰ আজিৰ দিনটোতে দালাই লামাক শান্তি ন’ৱেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল ৷
(৪) ১৯৯০ চনৰ আজিৰ দিনটোতে ৪৫ বছৰৰ পাছত পূৰ্ব আৰু পশ্চিম জাৰ্মানী এক হোৱাৰ আনুস্থানিকভাবে ঘোষণা কৰে ৷
(৫) ১৯৯৬ চনৰ আজিৰ দিনটোতে পাকিস্তানী বেটছমেন শাহিদ আফ্ৰিদীয়ে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত ৩৭ টা বলত শতক সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰে ৷
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে পাকিস্তানীনে HALF-III মিছাইল পৰীক্ষণ কৰে ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৭ চনৰ আজিৰ দিনটোতে দুৰ্নীতিৰ অভিযোগত পূৰ্বৰ প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীক আটক কৰা হৈছিল।
(২) ১৯৭৮ চনৰ আজিৰ দিনটোতে কলকাতাৰ ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউৱ শিশুৰ জন্ম হয় ।
(৩) ১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম দূৰত্বৰ ট্ৰেইন হিমসাগৰ এক্সপ্ৰেছ কণ্যাকুমাৰীৰ পৰা জম্মুৰ তাৱীলৈ ৰাওনা হৈছিল।
(৪) ১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতে সুৰক্ষা পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ইয়াৰ আনুষ্ঠানিক দাবী দাখিল কৰিছিল।
(৫) ২০১০ চনৰ আজিৰ দিনটোতে দিল্লীত ১৯তম  কমনৱেল্‌থ গেমছৰ শুভাৰম্ভ হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৩৫ চনৰ আজিৰ দিনটোতে গোৱালপৰীয়া লোকগীতৰ শিল্পী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল।
(২) ১৯৩৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্ম হৈছিল ৷
(৩) ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী প্ৰযোজক জে পি দত্তৰ জন্ম হৈছিল ।
(৪) ১৯৫৩ চনৰ আজিৰ দিনটোত ভাৰতৰ ৪৫তম  মুখ্য ন্যায়াধীশ  দীপক মিশ্ৰৰ জন্ম হৈছিল ৷


মৃত্যু : ----

(১) ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় লেখক এম এন বিজয়ৰ মৃত্যু হয় ।












Post a Comment

Previous Post Next Post