ইতিহাসত আজিৰ দিনটো ২৭ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৭ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব পৰ্যটন দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮২১ চনৰ আজিৰ দিনটোতে মেক্সিকোয়ে স্বাধীনতা লাভ কৰে।
(২) ১৮২৫ চনৰ আজিৰ দিনটোতে প্ৰথম আধুনিক ৰেল সেৱা   স্টাকটন আৰু  ডার্লিংটনৰ মাজত ৰেল সেৱা আৰম্ভ হৈছিল ।
(৩) ১৯৪৯ চনৰ আজিৰ দিনটোতে বেইজিংক চীনৰ নতুন ৰাজধানী ৰূপে বাছনি কৰা হয়। 
(৪) ১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশযান  ডিছকভাৰী কেপ ক্যানভেৰাল পৰা প্ৰক্ষেপন কৰা হয় ।
(৫) ১৯৯৮ চনৰ আজিৰ দিনটোতে চাৰ্চ ইঞ্জিন গুগলৰ প্ৰতিষ্ঠা কৰা হয়। 
(৬) ২০০২ চনৰ আজিৰ দিনটোতে নিউৱৰ্কত বিশ্ব বেংক আৰু আইএফএমৰ বাৰ্ষিক সভা অনুষ্ঠিত হয় ৷
(৭) ২০০৫ চনৰ আজিৰ দিনটোতে বিল  গেইটচ একেৰাহে এঘাৰ বছৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰূপে পৰিগণিত হয় 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৬০ চনৰ আজিৰ দিনটোতে মীৰ কাচিম বংগৰ নবাব ৰূপে অধিষ্ঠিত হয়।
(২) ১৮৫৮ চনৰ আজিৰ দিনটোতে মিহিৰ সেন ইংলিছ চেলেন সাতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় ৰূপে পৰিগণিত হয়।
(৩) ২০০৯  চনৰ আজিৰ দিনটোতে ভাৰত-পাক বিদেশমন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৭  চনৰ আজিৰ দিনটোতে মহান বিপ্লৱী ভগৎ সিংৰ জন্ম হয় ।
(২) ১৯৩২ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ জন্ম হয় ।
(৩) ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ লক্ষ্মীপতি বালাজীৰ জন্ম হয় ।


মৃত্যু : ----

(১) ১৮৩৩ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰাম মোহন ৰায়ৰ মৃত্যু হয় ৷
(২) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী গণিতজ্ঞ এছ আৰ ৰংগনাথনৰ মৃত্যু হয়। (৩) ২০০৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ পাৰ্শ গায়ক মহেন্দ্ৰ কাপুৰৰ মৃত্যু হয়।













Post a Comment

Previous Post Next Post