ইতিহাসত আজিৰ দিনটো ১০ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১০ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৮৫ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াই আমেৰিকাৰ লগত ব্যৱসায়ীক চুক্তিত স্বাক্ষৰিত কৰে।
(২) ১৮৪৬ চনৰ আজিৰ দিনটোতে এলিয়াছ হোবে চিলাই মেচিনৰ পেটেন্ট লাভ কৰিছিল ৷
(৩) ১৯৩৯ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত কানাডাই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
(৪) ১৯৭৪ চনৰ আজিৰ দিনটোতে আফ্ৰিকান দেশ গিনিয়ে পৰ্টুগাল মুক্ত হয় স্বাধীনতা লাভ কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৬ চনৰ আজিৰ দিনটোতে সংসদে পঞ্জাৱ আৰু হাৰিয়ানা গঠনৰ অনুমতি দিয়ে।
(২) ১৯৭৬ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান বয়িং 737 বিমান  লাহোৰৰ পৰা অপহৰণ হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৭২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় ক্ৰিকেটাৰ ৰঞ্জিত সিংজীৰ জন্ম হয়।
(২) ১৮৮৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা উত্তৰ প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী গোবিন্দ বল্লৱ পন্টৰ জন্ম হয় ।
(৩) ১৮৯৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তেলেগু সাহিত্যক বিশ্বনাথ সত্যনাৰায়ৰ জন্ম হয়।
(৪) ১৯১৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক সত্যেন্দ্ৰ নাথ শৰ্মাৰ  জন্ম হৈছিল।
(৫) ১৯৩৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী কবি, শিল্পী, সমালোচক, অধ্যাপক, নীলমণি ফুকন ৰ জন্ম হৈছিল ৷

মৃত্যু : ----


(১) ১৯২৩ চনৰ আজিৰ দিনটোতে বাংলা শিশু সাহিত্যৰ যশস্বী লেখক সুকুমাৰ ৰায়ৰ মৃত্যু হয় ।
(২) ১৯৬৫ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰ প্ৰাপ্ত সৈনিক আব্দুল হামিদৰ মৃত্যু হয়।














Post a Comment

Previous Post Next Post