ইতিহাসত আজিৰ দিনটো ৪ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ৪ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৮২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহান আবিষ্কাৰক টমাছ আলভা এডিছন আবিষ্কাৰ কৰা বাল্ব নিউৱৰ্কৰ ষ্টেচনত প্ৰথম লগোৱা হৈছিল ৷
(২) ১৯৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাই পৰমাণু পৰীক্ষণ চলাই।
(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে ৭৩ বছৰৰ পাছত সমুদ্ৰত জাহ যোৱা বৃহৎ জাহাজ টাইটানিকৰ ভগ্নাৱশেষৰ অৱস্থিত পোৱা যায়।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৬৫ চনৰ আজিৰ দিনটোতে মাৰাঠা শাসক ছত্ৰপতি শিবাজী আৰু মোগলৰ মাজত পুৰন্দৰ সন্ধি হৈছিল ।
(২) ১৯৮৮ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ইংলেণ্ডলৈ সাগৰীয় পথৰে যাত্ৰা কৰে।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৯৪৬ চনৰ এই তাৰিখতে হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।

জন্ম : ----

(১) ১৮২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামী দাদা ভাই নৰজীৰ জন্ম হৈছিল ।
(২) ১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, লেখক ভুপেন্দ্ৰনাথ দত্তৰ জন্ম হৈছিল ।
(৩) ১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ অভিনেতা ঋষি কাপুৰৰ জন্ম হৈছিল ।
(৪) ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ কিৰণ মোৰেৰ জন্ম হৈছিল।


মৃত্যু : ----

(১) ১৯৬৯ চনৰ এই দিনটোতে ভিয়েটনামৰ প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা হো-ছি-মিন মৃত্যু হৈছিল।
(২) ১৯৯৭ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ এগৰাকী কবি, লেখক আৰু নাট্যকাৰ ধৰমবীৰ ভাৰতীৰ মৃত্যু হৈছিল ।
(৩) ২০০৪ চনৰ এই তাৰিখতে শিক্ষাবিদ, বিদূষী মহিলা ইন্দিৰা মিৰিৰ মৃত্যু হৈছিল।
(৪) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ সত্যেন্দ্ৰ নাৰায়ণ সিংৰ মৃত্যু হয়।




Post a Comment

Previous Post Next Post