ইতিহাসত আজিৰ দিনটো ৫ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ৫ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ
(২) শিক্ষক দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬১২ চনৰ আজিৰ দিনটোতে  ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰিখন জাহাজৰ সৈতে  নৌ-বাহিনী গঠন কৰা হৈছিল ৷
(২) ১৬৬৬ চনৰ আজিৰ দিনটোতে লণ্ডনত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৩২০০ ঘৰ ক্ষতিগ্ৰস্ত হয় আৰু ৮ জন লোকৰ মৃত্যু হয়।
(৩) ১৮৪৮ চনৰ আজিৰ দিনটোতে চীনত প্ৰথম আফিম যুদ্ধ হৈছিল ।
(৪) ১৯১৪ চনৰ আজিৰ দিনটোতে বিশ্বৰ চাৰিখন দেশ গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স,বেলজিয়াম আৰু ৰাছিয়াই লণ্ডন চুক্তিত স্বাক্ষৰিত কৰে ৷
(৫) ১৯৯১ চনৰ আজিৰ দিনটোতে নেলচন মেণ্ডেলাকক আফ্ৰিকীয় কংগ্ৰেছৰ অধ্যক্ষ ৰুপে অধিষ্ঠিত হয়।
(৬) ২০০২ চনৰ আজিৰ দিনটোতে আফগানিস্থান ৰাষ্ট্ৰপতি হামিদ কাৰজাই এক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

১৯৫৭ চনৰ এই তাৰিখতে সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৮৮ চনৰ আজিৰ দিনটোতে  ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল।
(২) ১৮৭৪ চনৰ  আজিৰ  দিনটোতে কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল।
(৩) ১৯৩৩ চনৰ আজিৰ দিনটোতে মেগছেছে বটা বিজয়ী লক্ষ্মীনাৰায়ণ ৰামদাসৰ জন্ম হৈছিল ।

মৃত্যু : ----


(১) ১৯৯৭  চনৰ আজিৰ দিনটোতে মাডাৰ টেৰেছাৰ মৃত্যু হৈছিল ৷
(২) ১৯৮৪ চনৰ আজিৰ দিনটোতে অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা নীৰজা ভনোটৰ মৃত্যু হয়।








Post a Comment

Previous Post Next Post