ইতিহাসত আজিৰ দিনটো ৩১ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৩১ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাত বিশ্বৰ প্ৰথম টেনিছ  চেম্পিয়নশ্বীপ  অনুষ্ঠিত হৈছিল ।
(২) ১৯১৯ চনৰ আজিৰ দিনটোতে আমেৰিকান কমিউনিষ্ট পাৰ্টি গঠন কৰা হয়।
(৩) ১৯২০ চনৰ আজিৰ দিনটোতে আমেৰিকান চহৰ ডেট্রয়েটত বিশ্বত প্ৰথম ৰেডিঅত বাতৰি পৰিবেশন কৰা হৈছিল।
(৪) ১৯৬২ চনৰ আজিৰ দিনটোতে কেৰিবিয়ান দেশ ত্ৰিনিদাদ আৰু টোবেগ ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে ৷
(৫) ১৯২০ চনৰ আজিৰ দিনটোতে বেলজিয়ামে তেওঁলোকৰৰ নাগৰিকৰ বাবে বৃদ্ধ পেঞ্চনৰ আচনিৰ আৰম্ভ কৰে ।
(৬) ১৯৯৭ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন ৰাজকুমাৰী ডায়েনা পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনা মৃত্যু হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৬ চনত আজিৰ দিনটোতে ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে  ৰাজ্য পুনৰগঠনৰ বিধেয়কত  অনুমোদন জনায়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত লেখিকা অমৃতা প্ৰীতমৰ জন্ম হয় ।
(২) ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ পল্লম ৰাজুৰ জন্ম হয় ।
(৩) ১৮৭০ চনৰ আজিৰ দিনটোতে  ইটালীৰ চিকিৎসক তথা  শিক্ষাবিদ মাৰিয়া মণ্টেশ্বৰীৰ জন্ম হৈছিল ।


মৃত্যু : ----




Post a Comment

Previous Post Next Post