ইতিহাসত আজিৰ দিনটো ২৮ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২৮ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫২১ চনৰ আজিৰ দিনটোতে তুৰ্কীৰ চুলতান চুলেমান প্ৰথমে বেলগ্ৰেড দখল কৰে।
(২) ১৬০০ চনৰ আজিৰ দিনটোতে মোগল সকলে আহমেদ নগৰ দখল কৰে ৷
(৩) ১৯১৬ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধত ইটালীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(৪) ১৯২২ চনৰ আজিৰ দিনটোতে জাপানে চাইবেৰিয়াৰ পৰা তেওলোকৰ সৈনিকক ঘুৰাই আনিবলৈ সন্মত হয় ।
(৫) ১৯৫৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে  অষ্ট্ৰেলিয়াক পৰাস্ত কৰি এছেছ শৃংখলা দখল কৰে ৷
(৬) ২০০১ চনৰ আজিৰ দিনটোতে ভাৰত-পাক সীমান্তত হোৱা গুলীয়াগুলীত ৮ জন  পাকিস্তানী সৈনিক নিহত হয়।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯০৪ চনৰ আজিৰ দিনটোতে কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
(২) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাগ্যশ্ৰী চেঠ দবাত গ্ৰেনমাষ্টাৰ হোৱা প্ৰথম মহিলাৰূপে পৰিগণিত হয়।
(৪) ২০১৭ চনৰ আজিৰ দিনটোতে পি. ভি. সিন্ধু  বিশ্ব বেডমিণ্টন  চেম্পিয়নশ্বিপ ৰূপৰ পদক লাভ কৰে ।





ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯২৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ চেতাৰবাদক বিলায়ত খাৰ জন্ম হয়।
(২) ১৯২৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠনৰ ভূতপূৰ্ব অধ্যক্ষ এম জি কে মেননৰ জন্ম হয়।


মৃত্যু : ----

(১) ১৯৬৭ চনৰ আজিৰ দিনটোতে অমৰৰ ৰজা তথা মোগল সেনাপতি জয়সিংহৰ মৃত্যু হয় ।




Post a Comment

Previous Post Next Post