ইতিহাসত আজিৰ দিনটো ১৮ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১৮ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আফগানিস্থানৰ স্বাধীনতা দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৪০ চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে টেলিভিছনত বতৰৰ মানচিত্ৰ প্ৰদৰ্শন কৰা হয়।
(২) ১৯৪৯ চনৰ আজিৰ দিনটোতে হাংগেৰীয়ে সংবিধান গ্ৰহণ কৰে ৷
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বষ্টনত প্ৰথমটো এফ এম ৰেডিঅ ষ্টেচন নিৰ্মাণৰ মঞ্জুৰী লাভ কৰে।
(৪) ১৯৯৯ চনৰ আজিৰ দিনটোতে তুৰ্কীত হোৱা এক ভূমিকম্পত প্ৰায় ৯০০০ হাজাৰ লোক মৃত্যু হয় ।
(৫) ২০০০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক টেষ্ট ক্ৰিকেট ইতিহাসত দুই দিনতে হৰুৱাই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ।
(৬) ২০১২ চনৰ আজিৰ দিনটোতে নাটোয়ে আকাশমাৰ্গৰ পৰা কৰা আক্ৰমণ আফগানিস্থানত কমেও ১৩জন সন্ত্ৰাসবাদী নিহত হয় ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮০০ চনৰ আজিৰ দিনটোতে লর্ড ওয়েলেচলিয়ে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়।
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ খড়গপুৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰম্ভ কৰা হয় ।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০০ চনৰ আজিৰ দিনটোতে ভাৰতীয় এগৰাকী স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ জন্ম হৈছিল ৷
(২) ১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি, চিনেমা পৰিচালক গুলজাৰৰ জন্ম হৈছিল ।
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সিতাৰমণ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১২২৭ চনৰ আজিৰ দিনটোতে মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ছেঙ্গিজ খানৰ মৃত্যু হৈছিল।
(২) ১৯৪৫ চনৰ আজিৰ দিনটোতে  ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হয় ৷
(৩) ১৯৪৬ চনৰ আজিৰ দিনটোত প্ৰথম গৰাকী অসমীয়া আধুনিক কবিতা ৰচয়িতা অমূল্য বৰুৱাৰ মৃত্যু হৈছিল।
(৪) ২০০০ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰীৰ  মৃত্যু হৈছিল ।
(৫) ২০১৮ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post