ইতিহাসত আজিৰ দিনটো ১৪ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১৪ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৮ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ফোকষ্টনত প্ৰথম সৌন্দৰ্য্য প্ৰতিযোগিতা আৰম্ভ হয়।
(২) ১৯৩৮ চনৰ আজিৰ দিনটোতে বিবিচিৰ প্ৰথম ফিচাৰ্চ ছবি টেলিভিছনত প্ৰকাশ পায় ।
(৩) ১৯৪৭ চনৰ আজিৰ  দিনটোতে ভাৰত বিভাজন হয় আৰু  পাকিস্তানৰ  ৰাষ্ট্ৰৰ জন্ম হয় ৷
(৪) ১৯৭১ চনৰ আজিৰ দিনটোতে বাহৰেইনে ব্ৰিটনৰ পৰা স্বাধীনতা লাভ কৰে ৷
(৫) ১৯৭৫ চনৰ আজিৰ দিনটোতে পাকিস্তান সেনাবাহিনীয়ে ৰাষ্ট্ৰপতি মুজিবুৰ ৰহমানক ক্ষমতাচ্যুত কৰে ৷
(৬) ২০১৩ চনৰ আজিৰ দিনটোতে ইজিপ্তত আৰক্ষী আৰু বিক্ষোভকাৰীৰ মাজত হোৱা সংঘৰ্ষত ৬৩৮জন লোক নিহত হয় ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৬২ চনৰ আজিৰ  দিনটোতে ভাৰতৰ আটাইতকৈ পুৰণি ন্যায়লয়।  বোম্বাই উচ্চ ন্যায়ালয় মুকলি হয়।
(২) ১৯৮৮ চনৰ এই দিনটোতে মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৯৮৯ চনৰ আজিৰ দিনটোতে অসম চৰকাৰে ধেমাজিক জিলা হিচাপে ঘোষণা কৰে।



জন্ম : ----

(১) ১৯২৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ লেখক সাংবাদিক কুলদীপ নায়াৰ জন্ম হৈছিল ।
(২) ১৯৫৭ চনৰ আজিৰ দিনটোতে বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা জনি লিভাৰৰ  জন্ম হৈছিল।
(৩) ১৯৮৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ভাৰতৰ এগৰাকী জনপ্ৰিয় গায়িকা সুনিধি চৌহানৰ জন্ম হৈছিল। 

মৃত্যু : ----


২০১১ চনৰ আজিৰ দিনটোতে ভাৰতৰ চিনেমা জগতৰ  এগৰাকী জনপ্ৰিয় অভিনেতা শাম্মী কাপুৰ মৃত্যু হয় ।
২০১২ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ মৃত্যু হয় ৷


Post a Comment

Previous Post Next Post