ইতিহাসত আজিৰ দিনটো ১৩ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১৩ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) অংগ দান দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৪৫ চনৰ আজিৰ দিনটোতে চুইডেন আৰু ডেনমাৰ্কে শান্তি চুক্তিত স্বাক্ষৰিত হয় ৷
(২) ১৮৬৮ চনৰ আজিৰ দিনটোতে পেৰু আৰু ইকুৱেডৰত হোৱা ভূমিকম্পত ২৫০০০ লোকৰ মৃত্যু হয় ।
(৩) ১৯৪০ চনত কেনবেৰাত হোৱা বিমান দুৰ্ঘটনাত অষ্ট্ৰেলিয়াৰ তিনি কেবিনেটৰ মন্ত্ৰীকে ধৰি ১০ জন লোকৰ মৃত্যু হয় ৷
(৪) ১৯৬০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ এখন  দেশ মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল।
(৫) ২০০৪ চনৰ আজিৰ  দিনটোতে গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া  আৰম্ভ হয়৷
(৬) ২০১৫ চনৰ আজিৰ দিনটোতে ইৰাকৰ বাগদাদত হোৱা বোমা বিষ্ফোৰণত ৭৬ জন লোক নিহত আৰু ২০১২ জন লোক আহত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৮৪ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰশাসনিক সংস্কাৰ বাবে পিটস ইণ্ডিয়া বিধেয়ক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হয় ।৷
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে ভাৰতত নিৰ্মিত প্ৰথমখন বিমান “ হিন্দুস্তান টেইনাৰ ২" উৰণ আৰম্ভ হৈছিল।
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৪৮ চনৰ আজিৰ দিনটোতে ইংৰাজী আৰু বাংলা ভাষাৰ প্ৰসিদ্ধ লেখক ৰমেশ চন্দ দত্তৰ জন্ম হয়।
(২) ১৮৬৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ৰাজনীতিবিদ গংগাপ্ৰসাদ বাৰ্মাৰ জন্ম হয়।
(৩) ১৯২৬ চনৰ আজিৰ  দিনটোতে কিউবাৰ বিপ্লৱী নেতা ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোৰ জন্ম হয়।
(৪) ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিনেমাৰ এক জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ জন্ম হয়।

মৃত্যু : ----

(১) ১৯১০ চনৰ আজিৰ দিনটোতে   ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হয়।
(২) ২০০৩ চনৰ আজিৰ  অসমৰ  এগৰাকী  ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু হৈছিল।
(৩) ২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা সোমনাথ চেটাৰ্জীৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post