ইতিহাসত আজিৰ দিনটো ১১ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১১ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৪ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে অষ্ট্ৰীয়া আৰু হাংগেৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ৷
(২) ১৯৪৮ চনৰ আজিৰ দিনটোতে লণ্ডনত গ্ৰীষ্মকালিন অলিম্পিক অনুষ্ঠিত হৈছিল ।
(৩) ১৯৮৪ চনৰ আজিৰ দিনটোতে চোভিয়েত ৰাছিয়াই ভূভাগত পৰমাণু পৰীক্ষণ চলাই। 
(৪) ১৯৮৫ চনৰ আজিৰ দিনটোতে ৰোনাল্ড ৰেগন আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয় ৷
(৫) ২০০৩ চনৰ আজিৰ দিনটোতে উত্তৰ আটলাণ্টিক চুক্তি সংস্থা নাটোই আফগানিস্থানত শান্তি বাহিনী দায়িত্ব গ্ৰহণ কৰে ৷
(৬) ২০১২ চনৰ আজিৰ দিনটোতে ইৰাণত হোৱা ভূমিকম্পত ১৫৩ জন নিহত আৰু ১৩০০ আহত হয়।
(৭) ১৯৯৯ চনৰ আজিৰ দিনটোতে শতিকাৰ অন্তিমটো সূৰ্য্যগ্ৰহণ ইউৰোপ আৰু এছিয়াৰ পৰা দেখা পোৱা যায়। 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৬০ চনত আজিৰ  দিনটোতে আলাউদ্দিনে বাহমণি সাম্ৰাজ্য প্ৰতিষ্ঠ কৰে ।
(২) ১৯০৮ চনৰ আজিৰ দিনটোতে বিপ্লৱী ক্ষুদিৰাম বসুৰ ফাঁচি দিয় হয়।
(৩) ১৯৬১ চনৰ আজিৰ দিনটোতে দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতীয়  সংগীতৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি লালমণি মিশ্ৰৰ জন্ম হয় ।
(২) ১৯৫৪ চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ যশপাল শৰ্মাৰ জন্ম হয় ।
(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী জেকলিন ফার্নান্দোজৰ জন্ম হয় ৷


মৃত্যু : ----

(১) ১৯৯৯ চনৰ আজিৰ  দিনটোতে সাহিত্যচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাই মৃত্যু হয়। ।
(২) ২০০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ মহান সংগীতজ্ঞ এন্থনী উইলিয়াম মৃত্যু হয়।




Post a Comment

Previous Post Next Post