ইতিহাসত আজিৰ দিনটো ১২ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১২ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰাষ্ট্ৰীয় যুৱ দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৮ চনৰ আজিৰ দিনটোতে হেনৰী ফোৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখনৰ গাড়ীৰ মডেল নিৰ্মাণ কৰে
(২) ১৮৩৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হয়।
(৩) ১৯২০ চনৰ আজিৰ দিনটোতে পোলেণ্ড আৰু ৰাছিয়াৰ মাজত যুদ্ধ আৰম্ভ হয় ৷
(৪) ১৯৬০ চনৰ আজিৰ দিনটোতে নাছাই তেওঁলোকৰ প্ৰথম যোগাযোগ কৃত্ৰিম উপগ্ৰহ ECO-A সফলতাৰে উৎক্ষেপন কৰে ৷
(৫) ১৯৭১ চনৰ আজিৰ দিনটোতে ছিৰিয়াই সীমা বিবাদৰ বাবে জৰ্ডানৰ লগত ৰাজনৈতিক সমন্ধ বন্ধ কৰে।
(৬) ১৯৮১ চনৰ আজিৰ দিনটোতে IBMয়ে তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ মুকলি কৰে ৷ ইয়াৰ দাম আছিল ১৬ ডলাৰ।
(৭) ২০১২ চনৰ আজিৰ দিনটোতে ৩০তম অলিম্পিক লণ্ডন সমাপ্ত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৬৫ চনৰ আজিৰ দিনটোতে  এলাহাবাদ চুক্তিৰ পাছত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হয় ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১৯ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞান জনক  বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
(২) ১৮৪৮ চনৰ এই দিনটোতে ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।

মৃত্যু : ----

(১) ১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিশিষ্ট ইতিহাসকাৰ, প্ৰবন্ধ লিখক ভগৱত চৰণ উপাধ্যায়ৰ মৃত্যু হয় 



Post a Comment

Previous Post Next Post