26 | 27 | 28 | 29 | 30 | 31 | 1 |
2 | 3 | 4 | 5 | 6 | 7 | 8 |
9 | 10 | 11 | 12 | 13 | 14 | 15 |
16 | 17 | 18 | 19 | 20 | 21 | 22 |
23 | 24 | 25 | 26 | 27 | 28 | 29 |
30 | 31 | 1 | 2 | 3 | 4 | 5 |
আজিৰ তাৰিখ ১৬ আগষ্ট ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৯৮৭ চনৰ আজিৰ দিনটোতে তুৰ্কীয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
(২) ১৯২৪ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডে আৰু তুৰ্কীৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
(৩) ১৯৬০ চনৰ আজিৰ দিনটোতে চাইপ্ৰাছে ব্ৰিটইনৰ পৰা স্বাধীনতা লাভ কৰে ।
(৪) ১৯৯০ চনৰ আজিৰ দিনটোতে চীনে প্ৰথম পৰমাণু পৰীক্ষণ কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৯১০ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলি ৰ প্ৰথম প্ৰকাশ পাইছিল।
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৯৫৫ চনৰ আজজিৰ দিনটোতে বলিউদ অভিনেতা ডেবিদ ধাৱানৰ জন্ম হয় ৷
(২) ১৯৬৮ চনৰ আজিৰ দিনটোতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ জন্ম হয় ৷
(৩) ১৯৭০ চনৰ আজিৰ দিলটোতে বলিউদৰ অভিনেতা চেইফ আলি খানৰ জন্ম হয়।
(২) ১৯৬৮ চনৰ আজিৰ দিনটোতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ জন্ম হয় ৷
(৩) ১৯৭০ চনৰ আজিৰ দিলটোতে বলিউদৰ অভিনেতা চেইফ আলি খানৰ জন্ম হয়।
মৃত্যু : ----
(১) ১৮৮৬ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হয় ।
(২) ২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু হয়।
(২) ২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু হয়।
Tags
ইতিহাসত আজিৰ দিনটো