ইতিহাসত আজিৰ দিনটো ২৭ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----


(১) ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীত জেট ইঞ্জিন চালিত বিশ্বৰ প্ৰথমখন বিমানৰ উৰণ আৰম্ভ হয়।
(২) ২০০৩ চনৰ আজিৰ দিনটোতে ৬০ হেজাৰ বছৰৰ পাছত মংগল গ্ৰহ পৃথিৱীৰ  কাষলৈ আহে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন শ্ৰমজীৱী সংঘ প্ৰতিষ্ঠা কৰা হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৮ চনৰ আজিৰ দিনটোতে ক্ৰিকেটৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ জন্ম হয়।


মৃত্যু : ----

(১) ১৯৭৬ চনৰ আজিৰ দিনটোতে মহান ভাৰতীয় গায়ক মুকেশৰ মৃত্যু হয় ।
(২) ১৯৭৮ চনৰ আজিৰ দিনটোতে লৰ্ড মাউণ্টবেটেন মৃত্যু হয় ।
(৩) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় বোলছবিৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক ঋষিকেশ বেনাৰ্জীৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post