ইতিহাসত আজিৰ দিনটো ২৬ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২৬ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯২০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে ৷
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে জাৰ্মানী মিউনিখ চহৰত ২০তম অলিম্পিক ক্ৰীড়াৰ আৰম্ভণি হৈছিল ।
(৩) ১৯৮২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নাছাই  টেলিচেট ১ উৎক্ষেপন কৰে।
(৪) ২০০২ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ১০ দিনীয়া ধৰিত্ৰী সম্মিলন আৰম্ভ হৈছিল ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৩০৩ চনৰ আজিৰ দিনটোতে আলাউদ্দিন খিলিজীয়ে ৰাণা ভীম সিংক হৰুৱাই চিতোৰ দুৰ্গ দখল কৰে।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৬৭৪ চনৰ আজিৰ দিনটোতে ব্ৰিটইনৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী ৰবাৰ্ট ওৱালপোলৰ জন্ম হয়।
(২) ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰত্নৰ সন্মানিত মাদাৰ টেৰেছাৰ জন্ম হৈছিল ৷
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ মানেকা গান্ধীৰ জন্ম হয়।

মৃত্যু : ----

(১) ১৯১০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমসৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post