ইতিহাসত আজিৰ দিনটো ২৪ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২৪ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৯১ চনৰ আজিৰ দিনটোতে ইউক্ৰেইনে ছোভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে ।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে বেইজিংত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬০০ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।
(২) ১৬৯০ চনৰ আজিৰ দিনটোতে কলিকতা চহৰ স্থাপন কৰা হৈছিল ৷
(৩) ১৯৬৯ চনৰ আজিৰ দিনটোত বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ  ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।
(৪) ১৯৭৭ চনৰ আজিৰ দিনটোতে ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম দিন ৷
(২) ১৮১৯ চনৰ আজিৰ দিনটোতে আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল।
(৩) ১৯০৮ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী ৰাজগুৰুৰ জন্ম হয় ।


মৃত্যু : ----

(১) ১৯২৫ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰামকৃষ্ণ গোপান ভন্ডাৰকাৰ মৃত্যু হয় ৷



Post a Comment

Previous Post Next Post