ইতিহাসত আজিৰ দিনটো ২০ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২০ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) সদ্ভাৱনা দিৱস ।
(২) বিশ্ব মহ দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৯১ চনৰ আজিৰ দিনটোতে উত্তৰ ইউৰোপীয় দেশ এষ্টনিয়াই  চোভিয়েত সংঘৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮২৮ চনৰ আজিৰ দিনটোতে ৰাজা ৰামমোহন ৰায় ব্ৰাহ্মসমাজৰ প্ৰথমখন অধিবেশন কলিকতাত অনুষ্ঠিত হৈছিল ।
(২) ১৯৭৯  চনৰ আজিৰ দিনটোতে  চৌধুৰী চৰণ সিং প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তফা দিয়ে ৷
(৩) ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰত আৰু নেপালত ৬.৫ ৰিখটাৰ স্কেলত অহা ভূমিকম্পত প্ৰায় এক হাজাৰ লোকৰ মৃত্যু হয় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৪৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম হয়।


মৃত্যু : ----

(১) ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত ইতিহাসবিদ ৰাম চৰণ শৰ্মাৰ মৃত্যু হয়।


Post a Comment

Previous Post Next Post