26 | 27 | 28 | 29 | 30 | 31 | 1 |
2 | 3 | 4 | 5 | 6 | 7 | 8 |
9 | 10 | 11 | 12 | 13 | 14 | 15 |
16 | 17 | 18 | 19 | 20 | 21 | 22 |
23 | 24 | 25 | 26 | 27 | 28 | 29 |
30 | 31 | 1 | 2 | 3 | 4 | 5 |
আজিৰ তাৰিখ ২১ আগষ্ট ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধত ইটালীয়ে তুৰ্কীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৯৪৪ চনৰ আজিৰ দিনটোতে আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া আৰু চীনে ৰাষ্ট্ৰসংঘৰ পৰিকল্পনা বাবে এক বৈঠকত মিলিত হৈছিল
(৩) ১৯৬৫ চনৰ আজিৰ দিনটোতে ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়।
(৪) ১৯৯৭ চনৰ আজিৰ দিনটোতে পূব চীনত হোৱা ঘূৰ্ণিবতাহত ১৪০ লোক নিহত আৰু তিনি হাজাৰ লোক আহত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী ভূমিকা চাওলাৰ জন্ম হয়।
(২) ১৯৭৯ চনৰ আজিৰ দিনটোতে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ জন্ম হয়।
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে বিখ্যাত দৌৰবিদ উছেইন বোল্টৰ জন্ম হৈছিল ৷
(২) ১৯৭৯ চনৰ আজিৰ দিনটোতে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ জন্ম হয়।
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে বিখ্যাত দৌৰবিদ উছেইন বোল্টৰ জন্ম হৈছিল ৷
মৃত্যু : ----
(১) ১৯৩১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীতৰ গায়ক বিষ্ণু দিগম্বৰ মৃত্যু হয়।
(২) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰখ্যাত চেহনাই বাদক ওস্তাদ বিছমিল্লা খাৰ মৃত্যু হয় ৷
(২) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰখ্যাত চেহনাই বাদক ওস্তাদ বিছমিল্লা খাৰ মৃত্যু হয় ৷
Tags
ইতিহাসত আজিৰ দিনটো
Thank you ❤️
ReplyDeleteThank's for you 🥰
ReplyDelete