ইতিহাসত আজিৰ দিনটো ২২ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২২ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৪৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই নিউ মেক্সিকো দখল কৰে ৷
(২) ১৮৫৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালকবিহীন বিমান আক্ৰমণ চলাই ।
(৩) ১৮৫১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত সোনৰ খনিৰ সন্ধান পোৱা যায় ৷
(৪) ১৯৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাত অহা সামুদ্ৰিক বতাহত ২৫৫ জন লোকৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৩৯ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছা স্থাপন কৰে ৷
(২) ১৯২১ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে বিদেশী কাপোৰ দাহ কৰে ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী কবি আৰু নাট্যকাৰ গিৰিজাকুমাৰ মাথুৰৰ জন্ম হয় ।
(২) ১৯২৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ বৰাৰ ডিব্ৰুগড় জিলাৰ টিংখাংত জন্ম হয়।
(৩) ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেত্ৰী দেৱলিনা ভট্টাচাৰ্যৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৮১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ  প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ মৃত্যু হয়।
(২) ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী লেখক জ্ঞানপীঠ বটা বিজয়ী  ইউ আৰ অনন্তমূৰ্তিৰ মৃত্যু হয়।



Post a Comment

Previous Post Next Post