ইতিহাসত আজিৰ দিনটো ২৯ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২১ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) পৰমাণু পৰীক্ষণ বিৰোধী দিৱস( আন্তৰাষ্ট্ৰীয় দিৱস)
(২) ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬১২ চনৰ আজিৰ দিনটোতে চুৰতত হোৱা যুদ্ধত ইংৰাজে পৰ্তুগীজ সকলক পৰাস্ত কৰে ৷
(২) ১৮২৫ চনৰ আজিৰ দিনটোতে পুৰ্তগালে ব্ৰাজিল স্বাধীনতাৰ মান্যতা দিয়ে ।
(৩) ১৮৪২ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইন আৰু চীনে নানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।
(৪) ১৮৯৮ চনৰ আজিৰ দিনটোতে গুডইয়েৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয় ।
(৫) ১৯৫৩ চনৰ আজিৰ দিনটোতে ৰাছিয়াই প্ৰথম হাইড্ৰজেন বোমাৰ বিষ্ফোৰণ ঘটাই ।
(৬) ২০০৪ চনৰ আজিৰ দিনটোতে এথেন্স অলিম্পিকৰ সমাপ্তি ঘটে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৪ চনৰ আজিৰ দিনটোতে চৌধুৰী চৰণ সিং অধ্যক্ষতা লোকদল গঠন কৰা হয়।
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে শচীন তেণ্ডুলকাৰলৈ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আগবঢ়োৱা হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৫ চনৰ আজিৰ দিনটোতে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰৰ জন্ম হৈছিল।
(২) ১৯৫৮ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় পপ গায়ক মাইকেল জেকছনৰ জন্ম হৈছিল ।
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী কে ৰাধাকৃষ্ণণৰ জন্ম হয় ।

মৃত্যু : ----


(১) ১৯৭৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী জনপ্ৰিয় কবি কাজী নজৰুল ইছলামৰ  মৃত্যু হয় ।
(২) ২০১৪ চনৰ আজিৰ দিনটোতে গান্ধী নামৰ চলচ্চিত্ৰৰ বাবে অস্কাৰ লাভ কৰা পৰিচালক ৰিচাৰ্ড এটেনবৰ মৃত্যু হয় ৷


Post a Comment

Previous Post Next Post