30 | 31 | 1 | 2 | 3 | 4 | 5 |
6 | 7 | 8 | 9 | 10 | 11 | 12 |
13 | 14 | 15 | 16 | 17 | 18 | 19 |
20 | 21 | 22 | 23 | 24 | 25 | 26 |
27 | 28 | 29 | 30 | 1 | 2 | 3 |
আজিৰ তাৰিখ ১ চেপ্তেম্বৰ ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ঘটাই ৷
(২) ২০০০ চনৰ আজিৰ দিনটোতে চীনে তিব্বত হৈ নেপাললৈ যোৱো একমাত্ৰ পথটো বন্ধ কৰি দিয়ে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৯৪৭ চনৰ আজিৰ দিনটোত ভাৰতীয় মান সময় নিৰ্ধাৰণ কৰা হয়।
(২) ১৯৫৬ চনৰ আজিৰ দিনটোতে ৰাজ্য পুনৰগঠনৰ পাছত ত্ৰিপুৰাক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা কৰা হয় ৷
(৩) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় জীৱন বীমা নিগম প্ৰতিষ্ঠা কৰা হয়।
(৪) ১৯৬২ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰ শিৱাজী বিশ্ববিদ্যালয় স্থাপন কৰা হয়।
(৫) ১৯৬৪ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান অইল ৰিফাইনেৰী আৰু ইণ্ডিয়ান অইল কোম্পানী যোগ কৰি ইণ্ডিয়ান অইল কৰপৰেশ্যন গঠন কৰা হয়।
(৬) ১৯৯৭ চনৰ আজিৰ দিনটোতে মহেশ্বতা দেবীক ৰমণ মেগছেছে বটা প্ৰদান কৰা হৈছিল ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৯০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ চিনেমাৰ এগৰাকী খলনায়ক অভিনেতা কে এন সিংৰ জন্ম হয় ৷
(২) ১৯২১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ মাধব মিস্ত্ৰীৰ জন্ম হয়।

মৃত্যু : ----
Tags
ইতিহাসত আজিৰ দিনটো