ইতিহাসত আজিৰ দিনটো ২৪ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৪ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব চাফাই দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৪৯৩ চনৰ আজিৰ দিনটোতে ক্ৰিষ্টোফাৰ কলম্বাছে নতুন পৃথিৱীৰ সন্ধানত দ্বিতীয়বাৰৰ বাবে যাত্ৰা আৰম্ভ কৰে ৷
(২) ১৭৮৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এটনি জেনেৰেল কাৰ্য্যালয় নিৰ্মাণ কৰা হয়।
(৩) ১৯৪৮ চনৰ আজিৰ দিনটোতে হোণ্ডা মটৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।
(৪) ১৯৭৯ চনৰ আজিৰ দিনটোতে ঘানাই তেওলোকৰ সংবিধান গ্ৰহণ কৰে ৷
(৫) ১৯৯৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিনটন  ৰাষ্ট্ৰসংঘৰ পৰমাণু পৰীক্ষণ বিৰোধী সন্ধিত স্বাক্ষৰিত কৰে ৷
(৬) ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানীৰ বেলুচিস্তানত ৭.৭ ৰিখটাৰ স্কেলত অহা ভূমিকম্প ৫২৭ লোকৰ মৃত্যু হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
(২) ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰে ৷
(৩) ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম আন্তঃগ্ৰহীয় অভিযান মঙ্গলযানে মঙ্গলৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে ৷
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে চন্দ্ৰযান ১ চন্দ্ৰত পানীৰ সন্ধান দিয়ে ৷



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ  প্ৰাক্তন অধিনায়ক লাল অমৰনাথৰ জন্ম হৈছিল ।
(২) ১৯৬৩ চনৰ আজিৰ দিনটোতে টেলিভিছন সাংবাদিক পংকজ চৌধুৰীৰ জন্ম হয় ।



মৃত্যু : ----


(১











Post a Comment

Previous Post Next Post