ইতিহাসত আজিৰ দিনটো ২৩ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৩ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব বধিৰ দিৱস।


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)১৭৩৯ চনৰ আজিৰ দিনটোতে ৰাছিয়া আৰু তুৰ্কীৰ মাজত বেলগ্ৰেড শান্তি চুক্তি স্বাক্ষৰিত হয়।
(২) ১৯৫৫ চনৰ আজিৰ দিনটোতে পাকিস্তানে বাগদাদ চুক্তিত স্বাক্ষৰিত কৰে ৷
(৩) ১৯৭৯ চনৰ আজিৰ দিনটোতে ছোমালিয়াৰ সংবিধানত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই।
(৪) ১৯৮৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে গুলাপ ফুলক ৰাষ্ট্ৰীয় ফুল ৰুপে ঘোষণা কৰে ।
(৫) ২০০২ চনৰ আজিৰ দিনটোতে ৱেব ব্ৰাউজাৰ মজিলা ফায়াৰ ফক্সৰৰ প্ৰথমটো ভাৰ্চন মুকলি কৰা হয়।
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে ভূটানত গণতান্ত্ৰিক সংবিধানৰ খচৰা প্ৰস্তুত কৰা হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮০৩ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসায়েৰ যুদ্ধত মাৰাঠা সেনাক পৰাস্ত কৰে ৷
(২) ১৯২৯ চনৰ আজিৰ দিনটোতে বাল্য বিৱাহ বিৰোধী আইন প্ৰবৰ্তন কৰা হয় ।
(৩) ১৯৬৫ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰা হয় ।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা( ইছৰোই) Oceansat-2 সৈতে ৭ টা উপগ্ৰহ মহাকাশত সংস্থাপিত কৰে।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৮ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি ৰামধাৰি সিং দিনকৰৰ জন্ম হয় ।
(২) ১৯৩৫ চনৰ আজিৰ দিনটোতে হিন্দী আৰু পাঞ্জাৱী ছবিৰ জনপ্ৰিয় অভিনেতা প্ৰেৰ চোপ্ৰাৰ জন্ম হয়।
(৩) ১৮৬২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিৱাস শাস্ত্ৰীৰ জন্ম হয়।


মৃত্যু : ----


(১) ১৯৩৯ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত চিকিৎসক চিগ্‌মণ্ড ফ্ৰয়েড মৃত্যু হয়
(২) ১৯৬৯ চনৰ আজিৰ দিনটোতে আয়ুৰ্বেদ জগতৰ প্ৰখ্যাত পণ্ডিত সত্যনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু হয় ।











Post a Comment

Previous Post Next Post