ইতিহাসত আজিৰ দিনটো ৮ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ৮ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক সাক্ষৰতা দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৪৯ চনৰ আজিৰ দিনটোতে ফ্ৰাঞ্চে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে জাপানে ৪৮ খনৰ দেশৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰিত কৰিছিল ।
(৩) ১৯৫২ চনৰ আজিৰ দিনটোতে জেনেভাত কপিৰাইট সম্পৰ্কীয় বিশ্বৰ প্ৰথমখন সম্মিলনত ৩৫ খন দেশে অংশগ্ৰহণ কৰে ৷
(৪) ১৯৬৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা ইউনেস্কোই বিশ্বত প্ৰথম স্বাক্ষৰতা দিৱস পালন কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৩২০ চনৰ আজিৰ দিনটোতে গাজী মালিক দিল্লৰ চুলটান হয় ।
(২) ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে বম্বেত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে।
(৩) ১৯৬২ চনৰ আজিৰ দিনটোতে চীনে ভাৰতৰ পূব আৰু উত্তৰ সীমান্তত প্ৰবেশ কৰে  ।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯২৬ চনৰ আজিৰ দিনটোতে সংগীতশিল্প ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল।
(২) ১৯৩৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোছলেৰ জন্ম হয়।
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ জন্ম হৈছিল।
(৪) ১৯৮৯ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী চাৰ্লি চৌহানৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী সাংসদ তথা  অৰ্থনীতিবিদ ফিৰোজ গান্ধীৰ মৃত্যু হয়।
(২) ১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ শ্বেখ মহম্মদ আব্দুলাৰ জন্ম হয় ।














Post a Comment

Previous Post Next Post