ইতিহাসত আজিৰ দিনটো ২৮ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৮ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৯২ চনৰ আজিৰ দিনটোতে ফুটবলৰ প্ৰথম নৈশ মেচ খেলা হয় ।
(২) ১৯৫০ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াই ৰাষ্ট্ৰ সংঘৰ সদস্য পদ গ্ৰহণ কৰে ৷
(৩) ১৯৫৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্স সংবিধান গ্ৰহণ কৰা  হয় ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৩৮ চনৰ আজিৰ দিনটোতে মোগৰ অন্তিম জন সম্ৰাট বাহাদুৰশ্বাহ জাফৰ সিংহাসনত অধিষ্ঠিত হয়।
(২) ২০০৪ চনৰ আজিৰ দিনটোতে বিশ্ববেংকে ভাৰতক বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থ ব্যৱস্থা দেশ ৰূপে ঘোষণা  কৰে ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৭ চনৰ আজিৰ দিনটোতে শ্বহীদ ভগৎ সিংৰ জন্ম হৈছিল ৷
(২) ১৯২৯  চনৰ আজিৰ দিনটোতে কোকিল কণ্ঠি গায়িকা লতা মংগেছকাৰৰ জন্ম হৈছিল।
(৩) ১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ জন্ম হয়।

মৃত্যু : ----

(১) ১৮৮৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ প্ৰসিদ্ধ জৈৱ বৈজ্ঞানিক লুইচ পাস্তাৰৰ মৃত্যু হয় ।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যক শিৱপ্ৰসাদ সিংৰ মৃত্যু হয়।














Post a Comment

Previous Post Next Post