ইতিহাসত আজিৰ দিনটো ৯ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ৯ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৬৭ চনৰ আজিৰ দিনটোতে উগাণ্ডাই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে ।
(২) ১৯৭১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাচিংটনৰ নামেৰে আমেৰিকাৰ ৰাজধানীৰ নাম ৱাচিংটন ৰখা হয়।
(৩) ১৯৯১ চনৰ আজিৰ দিনটোতে  তাজাকিস্থানে চোভিয়েত ৰাছিয়াৰ পৰা স্বাধীনতা লাভ কৰে ৷
(৪) ২০১২ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা আত্মঘাতী বোমা বিষ্ফোৰণ ১০০ তকৈ অধিক লোক নিহত আৰু ৩৫০ জন লোক আহত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৯ চনৰ আজিৰ দিনটোতে  হিন্দীক ৰাষ্ট্ৰভাষা ৰূপে গ্ৰহণ কৰা হয়।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়  

জন্ম : ----

(১) ১৮২৮ চনৰ আজিৰ দিনটোতে ৰুছ দেশৰ প্ৰখ্যাত সাহিত্যিক  লিঅ টলষ্টয়ৰ জন্ম হয়।

(২) ১৯৬৭  চনৰ আজিৰ দিনটোতে বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ জন্ম হয়।

মৃত্যু : ----

(১) ১৯৬৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, সাংবাদিক ৰামবৃক্ষ বেনীপুৰিৰৰ মৃত্যু হয় ।
(২) ১৯৮২ চনৰ আজিৰ দিনটোতে কাশ্মীৰৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শেখ আব্দুলাৰ মৃত্যু হয় ৷
(৩) ২০১২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ উদ্যোগপতি বাৰ্গিছ কুৰিয়ানৰ মৃত্যু হয় ।












Post a Comment

Previous Post Next Post