ইতিহাসত আজিৰ দিনটো ১৫ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১৫ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস
(২) অভিযন্তা দিৱস ৷
(৩) সঞ্চয়িকা দিৱস ৷
(৪) শিক্ষা-সাংবাদিকতাৰ দিন।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ২০০০ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ছিডনিত ২৭তম অলিম্পিক ক্ৰীড়াৰ  আৰম্ভণি হৈছিল ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৯ চনৰ আজিৰ দিনটোতে দিল্লীত দুৰদৰ্শনৰ শুভাৰম্ভ হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----


(১) ১৮৬১ চনৰ আজিৰ দিনটোতে অভিযন্তা, বৈজ্ঞানিক আৰু আধুনিক কৰ্ণাটকৰ নিৰ্মাতা মোক্ষগুণ্ডম বিশ্বেশ্বৰায় জন্ম হৈছিল ৷
(২) ১৮৭৬ আজিৰ দিনটোতে বাংলা ভাষাৰ এজন  সাহিত্যিক  শৰৎচন্দ্ৰ চট্টোপাধ্যায় জন্ম হৈছিল ৷
(৩) ১৯০৫ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ এগৰাকী প্ৰখ্যাত সাহিত্যক ড° ৰাজকুমাৰ বাৰ্মাৰ জন্ম হৈছিল।
(৪) ১৯৩৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ, ৰাজনীতিবিদ, ভাৰতৰ আইন মন্ত্ৰী ন্যায়ধীশ সুব্ৰমণিয়াম স্বামীৰ জন্ম হৈছিল
(৫) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন ৰাজনীতিবিদ ভূপেন্দ্ৰ সিং সুড্ডাৰ জন্ম হয় ।


মৃত্যু : ----






















Post a Comment

Previous Post Next Post