ইতিহাসত আজিৰ দিনটো ১৮ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১৮ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------



আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১১৮০ চনৰ আজিৰ দিনটোতে ফিলিপ অগাস্টাস ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয় ৷
(২) ১৮০৯  চনৰ আজিৰ দিনটোতে লণ্ডনত ৰয়েল অপেৰা হাউচ আৰম্ভণি কৰা হয় ৷
(৩) ১৮৫১ চনৰ আজিৰ দিনটোতে নিউৱৰ্ক টাইমচ বাতৰি কাকতৰ আৰম্ভণি হৈছিল।
(৪) ১৯১৯ চনৰ আজিৰ দিনটোতে হলেণ্ডৰ মহিলা সকলে ভোটদানৰ  অধিকাৰ লাভ কৰে ৷
(৫) ১৯২৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মিয়ামিত অহা ঘূৰ্ণিবতাহত প্ৰায় ২৫০ লোকৰ মৃত্যু হয় ।
(৬) ১৯৮৮ চনৰ আজিৰ দিনটোতে বাৰ্মাই তেওলোকক সংবিধান বাতিল কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮০৩ চনৰ দিনটোতে ইংৰাজ সকলে উৰিষ্যাৰ পুৰী দখল কৰে ।
(২) ১৯৬৭ চনৰ আজিৰ দিনটোতে নাগালেণ্ডত ইংৰাজী ভাষা চৰকাৰী ভাষা ৰূপে স্বীকৃতি লাভ কৰে।
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে মুম্বাইত  মহিলা চালকে  প্ৰথম জেট বিমান চালন কৰিছিল ৷
(৩) ২০০৩ চনৰ আজিৰ দিনটোতে ঢাকা-আগৰতলা বাছ সেৱা আৰম্ভ হৈছিল ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

১৯৫০ আজিৰ দিনটোতে অভিনেত্ৰী শাবানা আজমিৰ জন্ম হয়।

মৃত্যু : ----


১৯৫৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী, সমাজসেৱী ভাৰতৰত্ন ভগৱান দাসৰ মৃত্যু হৈছিল।













Post a Comment

Previous Post Next Post