অসমীয়া ৱেবছাইট

A Assamese Website For General Knowledge, Science And Technology, Assamese Literature,Culture, Job, History, Agriculture Etc in Assamese language এই ৱেবছাইটত সাধাৰণ জ্ঞান, বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি, সংস্কৃতি, নিয়োগ, বুৰঞ্জী, কৃষি আদি বিষয় অন্তভুৰ্ক্ত কৰা হৈছে ৷

অনুসন্ধান কৰক

Friday, September 18, 2020

ইতিহাসত আজিৰ দিনটো ১৮ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১৮ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------



আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১১৮০ চনৰ আজিৰ দিনটোতে ফিলিপ অগাস্টাস ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয় ৷
(২) ১৮০৯  চনৰ আজিৰ দিনটোতে লণ্ডনত ৰয়েল অপেৰা হাউচ আৰম্ভণি কৰা হয় ৷
(৩) ১৮৫১ চনৰ আজিৰ দিনটোতে নিউৱৰ্ক টাইমচ বাতৰি কাকতৰ আৰম্ভণি হৈছিল।
(৪) ১৯১৯ চনৰ আজিৰ দিনটোতে হলেণ্ডৰ মহিলা সকলে ভোটদানৰ  অধিকাৰ লাভ কৰে ৷
(৫) ১৯২৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মিয়ামিত অহা ঘূৰ্ণিবতাহত প্ৰায় ২৫০ লোকৰ মৃত্যু হয় ।
(৬) ১৯৮৮ চনৰ আজিৰ দিনটোতে বাৰ্মাই তেওলোকক সংবিধান বাতিল কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮০৩ চনৰ দিনটোতে ইংৰাজ সকলে উৰিষ্যাৰ পুৰী দখল কৰে ।
(২) ১৯৬৭ চনৰ আজিৰ দিনটোতে নাগালেণ্ডত ইংৰাজী ভাষা চৰকাৰী ভাষা ৰূপে স্বীকৃতি লাভ কৰে।
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে মুম্বাইত  মহিলা চালকে  প্ৰথম জেট বিমান চালন কৰিছিল ৷
(৩) ২০০৩ চনৰ আজিৰ দিনটোতে ঢাকা-আগৰতলা বাছ সেৱা আৰম্ভ হৈছিল ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

১৯৫০ আজিৰ দিনটোতে অভিনেত্ৰী শাবানা আজমিৰ জন্ম হয়।

মৃত্যু : ----


১৯৫৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী, সমাজসেৱী ভাৰতৰত্ন ভগৱান দাসৰ মৃত্যু হৈছিল।













No comments:

Post a Comment

দৈনিক আপডেট পাবলৈ আমাৰ Whatsapp Groupত জইন হব পাৰে