ইতিহাসত আজিৰ দিনটো ১৯ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১৯ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------



আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৫৫ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত সৈন্য চুক্তি স্বাক্ষৰিত হয়।
(২) ১৮৬৫ চনৰ আজিৰ দিনটোতে  আটলান্টা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ।
(৩) ১৮৮৮ চনৰ আজিৰ দিনটোতে বেলজিয়ামত বিশ্বৰ প্ৰথম সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷
(৪) ২০১৪ চনৰ আজিৰ দিনটোতে এপল আইফোন ৬ বিক্ৰীৰ শুভাৰম্ভ হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৯৩ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত বিশ্ব ধৰ্মসংসদত ঐতিহাসিক ভাষণ প্ৰদান কৰে ।
(২) ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ উত্তৰী সীমাত চীনে আক্ৰমণ কৰে ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী গায়ক, সংগীতজ্ঞ আৰু অভিনেতা লাকী আলিৰ জন্ম হয় ।
(২) ১৯৬৫ চনৰ আজিৰ দিনটোতে মহিলা মহাকাশচাৰী সুনীতা উইলিয়ামচ ৰ জন্ম হয় ৷
(৩) ১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ জন্ম হয় ।

মৃত্যু : ----


১৫৮১ চনৰ আজিৰ দিনটোতে শিখ গুৰু ৰামদাসৰ মৃত্যু হয় ৷












Post a Comment

Previous Post Next Post