ইতিহাসত আজিৰ দিনটো ২০ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২০ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------



আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)১৯৮৪ চনৰ আজিৰ দিনটোতে লেবানৰ ৰাজধানী বেইৰুট স্থিত আমেৰিকাৰ দূতাবাসত এক আত্মঘাতী বোমা বিষ্ফোৰণ সংঘটিত হৈছিল ।
(২) ১৯৯৫ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ ৫০ তম অধিৱেশন আৰম্ভ হৈছিল ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৪৩ চনৰ আজিৰ দিনটোত জনপ্ৰিয় কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।
(২) ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী পৰিচালক আৰু প্ৰযোজক মহেশ ভাট্টৰ জন্ম হৈছিল।
(৩) ১৯৮৩ চনৰ আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয়  অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ১৯৩৩ চনৰ আজিৰ দিনটোতে এনি বেচান্তৰ মৃত্যু হৈছিল।
(২) ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী  স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ মৃত্যু হয় ।
(৩) ২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী উদ্যোগপতি জগমোহন ডালমিয়াৰ মৃত্যু হৈছিল ।















Post a Comment

Previous Post Next Post