ইতিহাসত আজিৰ দিনটো ১৩ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১৩ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰাষ্ট্ৰীয় চকলেট দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১১০০ চনৰ আজিৰ দিনটোতে প্ৰথম চকলেট ব্যৱহাৰ কৰা হৈছিল ।
(২) ১৭৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিকাগো চহৰত লিফ্টৰ প্ৰথম পৰীক্ষা কৰা হৈছিল ।
(৩) ১৭৮৮ চনৰ আজিৰ দিনটোতে নিউৱৰ্কক আমেৰিকাৰ প্ৰথম ৰাজধানী ৰূপে ঘোষণা কৰা হয় ।
(৪) ১৯৪৫ চনৰ আজিৰ দিনটোতে ভিয়েটনাম যুদ্ধ আৰম্ভ হয়।
(৫) ১৯৭১ চনৰ আজিৰ দিনটোতে বিশ্ব হকি এচচিয়েচন গঠন কৰা হয় ।
(৬) ২০০২ চনৰ আজিৰ দিনটোতে ইজৰাইলে
পেলেষ্টাইন অধিকৃত গাজা দ্বীপত আক্ৰমণ কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ৪০ লাখ হিন্দু আৰু মুছলমান লোকক পাৰস্পৰিক হস্তান্তৰণ পৰামৰ্শ দিয়ে।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ এন কিৰণ কুমাৰ ৰেড্ডীৰ জন্ম হয় ।
(২) ১৯৬৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ জন্ম হয় ।
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী মহিমা চৌধুৰীৰ জন্ম হয়।
(৪) ১৯৯৪ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী আয়েশা কাপুৰৰ জন্ম হয়।

মৃত্যু : ----


(১) ১৯৯৫ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক মহেশ্বৰ নেওগৰ মত্যু হয় ।
(২) ১২১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ন্যায়াধীশ ৰংগনাথ মিশ্ৰৰ মৃত্যু হয় ৷



















Post a Comment

Previous Post Next Post