ইতিহাসত আজিৰ দিনটো ১২ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ১২ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------



আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৭৩ চনৰ আজিৰ দিনটোতে ব্যৱহাৰিক টাইপ ৰাইটাৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছিল ৷
(২) ১৯৪৪ চনৰ আজিৰ দিনটোতে আমেৰিকান সৈন্যই প্ৰথমবাৰৰ বাবে জাৰ্মানীত প্ৰৱেশ কৰিছিল ৷
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াই  লুনা-১৬ৰ উৎক্ষেপণ কৰে ৷
(৪) ১৯৮৭ চনৰ আজিৰ দিনটোতে  ইথোপিয়াই তেওঁলোকৰ সংবিধান গ্ৰহণ কৰে ৷
(৫) ১৯৯৮ চনৰ আজিৰ দিনটোতে কোৱালামপুৰত ১৬তম কমলৱেলথ আৰম্ভ হৈছিল ।
(৬) ২০১২ চনৰ আজিৰ দিনটোতে এপলে আইফোন ৫ আৰু আইঅএছ ৬ মুকলি কৰে ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৮৬ চনৰ আজিৰ দিনটোতে লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয় ।
(২) ১৯৩১ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণৰ বাবে লণ্ডনলৈ যাত্ৰা কৰিছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----



মৃত্যু : ----

(১) ১৯৭১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতজ্ঞ শংকৰ জয়কিসানৰ মৃত্যু হৈছিল ।
(২) ১৯৮৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেতা, গায়ক , সাংবাদিক, লেখক ৰঞ্জনৰ মৃত্যু হয়।















Post a Comment

Previous Post Next Post