ইতিহাসত আজিৰ দিনটো ২৬ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৬ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মুকবধিৰ দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৮৬ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন আৰু ফ্ৰান্সে ব্যৱসায় চুক্তিত স্বাক্ষৰিত কৰে।
(২) ১৯০৭ চনৰ আজিৰ দিনটোতে নিউৱৰ্ক চিটিত প্ৰথমটো মন্দিৰ নিৰ্মাণ কৰা হয়।
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াই ৰাষ্ট্ৰসংঘৰ সদস্য পদ গ্ৰহণ কৰে।
(৪) ১৯৫৯ চনৰ আজিৰ দিনটোতে জাপানত অহা  ভেৰা নামৰ হাৰিকেন প্ৰায় ৪৫৮০ জন লোক নিহত হয় আৰু ১৬ লাখ লোক গৃহহীন হয়।
(৫) ১৯৮৬ চনৰ আজিৰ দিনটোতে হংকংক লৈ চীন আৰু ব্ৰিটেইনৰ মাজত বুজাবুজি হয়।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯১৯ চনৰ আজিৰ দিনটোতে ৰটাৰী ক্লাব অফ ইণ্ডিয়া প্ৰথম বৈঠক অনুস্থিত হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮২০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক আৰু শিক্ষাবিদ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হয়।
(২) ১৯২৩ চনৰ আজিৰ দিনটোতে অভিনেতা দেবা আনন্দৰ জন্ম হয়।
(৩) ১৯৩২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত অৰ্থনীতিবিদ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনোমোহন সিংৰ জন্ম হয় ।
(৪) ১৯৮১ চনৰ আজিৰ দিনটোতে পেছাদাৰী মহিলা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছৰ জন্ম হয়।



মৃত্যু : ----

(১) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগপতি লক্ষ্মণ কাশীনাথ কিলোস্কাৰৰ মৃত্যু হয়।
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু হয়।
(৩) ১৯৮৯ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ গায়ক ইমন্ত কুমাৰৰ মৃত্যু হয় ।













Post a Comment

Previous Post Next Post