ইতিহাসত আজিৰ দিনটো ২৫ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৫ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১)

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৩৪০ চনৰ আজিৰ দিনটোতে ইংলেণ্ড আৰু ফ্ৰান্সে নিৰস্তীকৰণ চুক্তিত স্বাক্ষৰিত কৰে ৷
(২) ১৮৪৪ চনৰ আজিৰ দিনটোৰ কানাডা আৰু আমেৰিকাৰ মাজত প্ৰথম আন্তৰাষ্ট্ৰীয় ক্ৰিকেট খেল খেলা হৈছিল ।
(৩) ১৮৯৭ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন প্ৰথম বাছ সেৱা আৰম্ভ হয় ।
(৪) ১৯৫৬ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ইউৰোপৰ মাজত প্ৰথম  দূৰভাস সেৱা আৰম্ভ হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৫২৪ চনৰ আজিৰ দিনটোতে ভাস্কো দা গামা  পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে অন্তিমবাৰৰ বাবে ভাৰতলৈ আহে ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৰ্বৰ উপ প্ৰধানমন্ত্ৰী চৌধুৰী দেবীলালৰ জন্ম হৈছিল ।
(২) ১৯১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ দীনদয়াল উপাধ্যায়ৰ জন্ম হয়।
(৩) ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰকেট বিজ্ঞানী সতীশ ধাৱানৰ জন্ম হৈছিল।
(৪) ১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ এ বি বৰ্ধনৰ জন্ম হৈছিল।
(৫) ১৯৩৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা ফিৰোজ খানৰ জন্ম হয় ।
(৬) ১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেত্ৰী দিব্যা দত্তৰ জন্ম হৈছিল ৷


মৃত্যু : ----

(১) ১২৯৪ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন দাৰ্শনিক ৰজাৰ বেকনৰ মৃত্যু হয় ৷
(২) ১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা চিকিৎসক ৰুক্মবাইৰ মৃত্যু হয়।













Post a Comment

Previous Post Next Post