ইতিহাসত আজিৰ দিনটো ৬ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ৬ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৫২ চনৰ আজিৰ দিনটোতে সমুদ্ৰ পথৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথম জাহাজ ভিক্টোৰিয়াই স্পেইনলৈ উভটি আহে ৷
(২) ১৯৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই আটলাণ্টিক মহাসাগৰত পৰমাণু পৰীক্ষণ চলাই
(৩) ২০১২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বাৰাক ওবামা ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে ঘোষিত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০১৪ চনৰ আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে সমকামীসকলৰ সপক্ষে ৰায় প্ৰদান কৰে ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯২৯ চনৰ আজিৰ দিনটোতে  ভাৰতীয় বোলছবি প্ৰযোজক  যশ জহাৰ জন্ম হয়।


মৃত্যু : ----

(১) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীৰ এজন ওস্তাদ আলাউদ্দিনৰ খানৰ মৃত্যু হয় ৷
(২) ২০০৫ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰ বিজেতা সৈনিক মেজৰ ধনসিংৰ মৃত্যু হৈছিল।









Post a Comment

Previous Post Next Post