ইতিহাসত আজিৰ দিনটো ২৯ চেপ্তেম্বৰ

চেপ্তেম্বৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


30 31 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 1 2 3


আজিৰ তাৰিখ   ২৯ চেপ্তেম্বৰ ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব হৃদয় দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৫০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত প্ৰথম বিবাহ কাৰ্যালয় আৰম্ভ কৰা হয়।
(২) ১৯১১ চনৰ আজিৰ দিনটোতে ইটালীযে তুৰ্কীৰ যুদ্ধ ঘোষণা কৰে ৷
(৩) ১৯১৫ চনৰ আজিৰ দিনটোতে টেলিফোনত প্ৰথম আন্তঃমহাদেশীয় বার্তা পঠোৱা হয় ৷
(৪) ১৮২৯ চনৰ আজিৰ দিনটোতে লণ্ডন মেট্ৰপলিটান পুলিচৰ প্ৰতিস্থা কৰা হয় ।
(৫) ১৯২৭ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু মেক্সিকোৰ মাজত টেলিফোন সেৱা আৰম্ভ হয়।
(৬) ১৯৭১ চনৰ আজিৰ দিনটোতে বংগোপসাগৰত অহা ঘুৰ্ণীবতাহত প্ৰায় ১০ হাজাৰ লোক নিহত হয় ।
(৭) ১৯৫৯  চনৰ আজিৰ দিনটোতে আৰতি সাহই ইংলিছ চেনেল  সাতুঁৰি পাৰ প্ৰথম
এছিয় মহিলা সাঁতোৰবিদৰূপে পৰিগণিত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬২ চনৰ আজিৰ দিনটোতে, কলিকতাত ভাৰতৰ প্ৰথমটো তৰাঘৰ
বিৰলা তৰাঘৰ  স্থাপন কৰা হয়

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত অভিনেতা, পৰিচালক আৰু প্ৰযোজক মেহমুদৰ জন্ম হৈছিল ৷

মৃত্যু : ----

(১) ১৯১৩ চনৰ আজিৰ দিনটোতে ডিজেল ইঞ্জিনৰ আবিষ্কাৰক ৰুডলফ ডিজেল মৃত্যু হয়।













Post a Comment

Previous Post Next Post