ইতিহাসত আজিৰ দিনটো ৩ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ৩ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) বিশ্ব প্ৰতিবন্ধী দিৱস।
(২) ৰাষ্ট্ৰীয় অধিবক্তা দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৮ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিলাছৰাও দেশমুখে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰকৰ নন্দলাল বসুৰ জন্ম হয়। 
(২) ১৮৮৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হয়। 
(৩) ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ জন্ম হয় ৷
(৪) ১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহিলা ক্ৰিকেট দলৰ এগৰাকী তাৰকা খেলুৱৈ মিতালী ৰাজৰ জন্ম হয়  ৷

মৃত্যু : ----

(১) ১৯৭৯  চনৰ আজিৰ দিনটোতে হকীৰ যাদুকৰ ধ্যানচান্দৰ ৭৪ বছৰ বয়সত মৃত্যু হয়।
(২) ২০১০ চনৰ আজিৰ দিনটোতে সংগীত-নাটক অকাডেমী বঁটাপ্ৰাপ্ত ৰামেশ্বৰে পাঠকৰ মৃত্যু হয়। 
(৩) ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতৰ চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত অভিনেতা দেব আনন্দৰ মৃত্যু হয় ৷

 




 

Post a Comment

Previous Post Next Post