ইতিহাসত আজিৰ দিনটো ১ অক্টোবৰ

অক্টোবৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক বৃদ্ধ দিৱস ৷
(২) অসম আৰক্ষী দিৱস 
(৩) নাইজেৰিয়াৰ স্বাধীনতা দিৱস 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮২৯ চনৰ আজিৰ দিনটোতে কেপটাউন দক্ষিণ আফ্ৰিকা কলেজ উদঘাটন কৰা হয় ৷
(২) ১৮৬৭ চনৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ বিখ্যাত গন্থ  ডাছ কেপিটেল প্ৰকাশ পায় ।
(৩) ১৮৮৮ চনৰ আজিৰ দিনটোতে নেচনেল জিঅ’গ্ৰাফীৰ প্ৰথমখন আলোচনী প্ৰকাশ পায় ।
(৪) ১৯৪৯ চনৰ আজিৰ দিনটোতে চীনত কমিউনিষ্ট পাৰ্টি শাসন আৰম্ভ হয় ।
(৫) ১৯৬০ চনৰ আজিৰ দিনটোতে নাইজেৰিয়াই ব্ৰিটেইন পৰা মুক্ত হয় স্বাধীনতা লাভ কৰে। 
(৬) ২০০০ চনৰ আজিৰ দিনটোতে ছিডনীত ২৭তম অলিম্পিক সমাপ্ত হয় ।
(৭) ২০০৬ চনৰ আজিৰ দিনটোতে ইজৰাইলে লেবালন পৰা সেনাৰ অন্তিমটো দল ঘুৰাই আনে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৫৪ চনৰ আজিৰ দিনটোতে ভাৰতত ডাক টিকট প্ৰচলন আৰম্ভ হয়। 
(২) ১৯৫৩ চনৰ আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশ ৰাজ্য গঠন হয় ।
(৩) ১৯৬৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰৰ্যটন বিকাশ নিগম প্ৰতিষ্ঠা কৰা হয় ।
(৩) ১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতত বিবাহৰ বয়স ছোৱালী ১৪ বছৰৰ পৰা বঢ়াই ১৮ আৰু লৰাৰৰ ১৮ বছৰৰ পৰা বঢ়াই ২১ বছৰ কৰা হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৪৭ চনৰ আজিৰ দিনটোতে এনি বেচান্তৰ জন্ম হৈছিল ।
(২) ১৯০৬  চনৰ আজিৰ দিনটোতে  ভাৰতৰ এজন প্ৰখ্যাত  গীতিকাৰ, গায়ক শচীন দেব বৰ্মনৰ জন্ম হয়। 
(৩) ১৯২৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ২৭ তম ৰাষ্ট্ৰপতি জিমি কাটাৰৰ জন্ম হয়৷
(৪) ১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ্ৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৫৭৪ চনৰ আজিৰ দিনটোতে শিখ সকলৰ তৃতীয়জন গুৰু অমৰদাসৰ মৃত্যু হয় ।












Post a Comment

Previous Post Next Post