27 | 28 | 29 | 30 | 1 | 2 | 3 |
4 | 5 | 6 | 7 | 8 | 9 | 10 |
11 | 12 | 13 | 14 | 15 | 16 | 17 |
18 | 19 | 20 | 21 | 22 | 23 | 24 |
25 | 26 | 27 | 28 | 29 | 30 | 31 |
আজিৰ তাৰিখ ১ অক্টোবৰ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) আন্তৰ্জাতিক বৃদ্ধ দিৱস ৷
(২) অসম আৰক্ষী দিৱস
(৩) নাইজেৰিয়াৰ স্বাধীনতা দিৱস
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৮২৯ চনৰ আজিৰ দিনটোতে কেপটাউন দক্ষিণ আফ্ৰিকা কলেজ উদঘাটন কৰা হয় ৷
(২) ১৮৬৭ চনৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ বিখ্যাত গন্থ ডাছ কেপিটেল প্ৰকাশ পায় ।
(৩) ১৮৮৮ চনৰ আজিৰ দিনটোতে নেচনেল জিঅ’গ্ৰাফীৰ প্ৰথমখন আলোচনী প্ৰকাশ পায় ।
(৪) ১৯৪৯ চনৰ আজিৰ দিনটোতে চীনত কমিউনিষ্ট পাৰ্টি শাসন আৰম্ভ হয় ।
(৫) ১৯৬০ চনৰ আজিৰ দিনটোতে নাইজেৰিয়াই ব্ৰিটেইন পৰা মুক্ত হয় স্বাধীনতা লাভ কৰে।
(৬) ২০০০ চনৰ আজিৰ দিনটোতে ছিডনীত ২৭তম অলিম্পিক সমাপ্ত হয় ।
(৭) ২০০৬ চনৰ আজিৰ দিনটোতে ইজৰাইলে লেবালন পৰা সেনাৰ অন্তিমটো দল ঘুৰাই আনে ৷
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৮৫৪ চনৰ আজিৰ দিনটোতে ভাৰতত ডাক টিকট প্ৰচলন আৰম্ভ হয়।
(২) ১৯৫৩ চনৰ আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশ ৰাজ্য গঠন হয় ।
(৩) ১৯৬৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰৰ্যটন বিকাশ নিগম প্ৰতিষ্ঠা কৰা হয় ।
(৩) ১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতত বিবাহৰ বয়স ছোৱালী ১৪ বছৰৰ পৰা বঢ়াই ১৮ আৰু লৰাৰৰ ১৮ বছৰৰ পৰা বঢ়াই ২১ বছৰ কৰা হয় ।
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৮৪৭ চনৰ আজিৰ দিনটোতে এনি বেচান্তৰ জন্ম হৈছিল ।
(২) ১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন প্ৰখ্যাত গীতিকাৰ, গায়ক শচীন দেব বৰ্মনৰ জন্ম হয়।
(৩) ১৯২৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ২৭ তম ৰাষ্ট্ৰপতি জিমি কাটাৰৰ জন্ম হয়৷
(৪) ১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ্ৰ জন্ম হয় ।
মৃত্যু : ----
(১) ১৫৭৪ চনৰ আজিৰ দিনটোতে শিখ সকলৰ তৃতীয়জন গুৰু অমৰদাসৰ মৃত্যু হয় ।
Tags
ইতিহাসত আজিৰ দিনটো