ইতিহাসত আজিৰ দিনটো ৫ চেপ্তেম্বৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৫ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব শিক্ষক দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৯৬ চনৰ আজিৰ দিনটোতে স্পেইনে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৮৮০ চনৰ আজিৰ দিনটোতে আলনজো টি ক্ৰছে  প্ৰথম বল পেইনৰ পেটেণ্ট লাভ  কৰিছিল।
(৩) ১৯১০ চনৰ আজিৰ দিনটোতে পৰ্টুগালত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। (৪) ১৯১৫ চনৰ আজিৰ দিনটোতে বুলগেৰিয়াই প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে ৷
(৫) ১৯৪৪ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে। 
(৬) ১৯৮৮ চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ 
সংবিধান সভাই তেওঁলোকৰৰ সংবিধানৰ অনুমোদন জনায়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৬৪ চনত কলকাতাত অহা ঘূৰ্ণিবতাহত ৫০০০০ লোকৰ মৃত্যু হয়। 
(২) ১৯৮৯ চনৰ আজিৰ দিনটোতে মীৰা চাহেব বিবী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাপে পৰিণত হৈছিল ৷
(৩) ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতত বিশ্বৰ আটাইতকৈ সস্তা ২২৫০ টকাৰ টেবলেট পিচি আকাশ মুকলি কৰা হৈছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৫২৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল।
(২) ১৯৫২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰান খানৰ জন্ম হৈছিল।
(৩) ১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ  চলচ্চিত্ৰ অভিনেতা আদিল হুছেইনৰ  জন্ম হৈছিল।



মৃত্যু : ----

(১) ১৮০৫ চনৰ আজিৰ দিনটোতে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ দ্বিতীয় গৰাকী গৱৰ্ণৰ লৰ্ড কৰ্ণওৱালিছেৰ মৃত্যু হয় ।











Post a Comment

Previous Post Next Post