ইতিহাসত আজিৰ দিনটো ১২ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১২ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব অস্থি দিৱস ৷
(২) বিশ্ব প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৬০ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন আৰু ফ্ৰান্সৰ সেনাই  চীনৰ ৰাজধানী বেইজিং  অধিকাৰ কৰে।
(২) ১৯৯২ চনৰ আজিৰ দিনটোতে ইজিপ্টত  ৰাজধানী কাইৰোত হোৱা  ভূমিকম্পত প্ৰায় ৫১০ জন লোকৰ নিহত হৈছিল।
(৩) ১৯৯৮ চনৰ আজিৰ দিনটোতে মাৰ্কিন সংসদত  অনলাইন কপিৰাইট বিল গৃহীত কৰা হৈছিল।
(৪) ১৯৯৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।
(৫) ২০০১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সচিব প্ৰধান কফি আন্নানক যুটীয়াভাৱে শান্তিৰ ন’বেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল।
(৬) ২০০৫ চনৰ আজিৰ দিনটোতে চীনে  ইয়াৰ দ্বিতীয় মহাকাশযান  Shanju-62 মহাকাশযাত্ৰীৰ সৈতে পৃথিৱীৰ কক্ষলৈ  প্ৰেৰণ কৰিছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) 


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১১ চনৰ আজিৰ দিনটোতে মহান ভাৰতীয় ক্ৰিকেটাৰ বিজয় মাৰ্চেন্টৰ জন্ম হয় ।
(২) ১৯৩৫ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ ৰাজ্যপাল, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ শিৱৰাজ পাটিলৰ জন্ম হয়। 


মৃত্যু : ----

(১) ১৯৬৭ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী ডাঃ ৰামমোহন লোহিয়াৰ মৃত্যু হয় ।






 

Post a Comment

Previous Post Next Post