ইতিহাসত আজিৰ দিনটো ৯ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৯ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মহাকাশ সপ্তাহ ৷(৪ পৰা ১০ অক্টোবৰ) 
(২) বিশ্ব ডাকঘৰ দিৱস। 
(৩) ভাৰতীয় আঞ্চলিক সেনা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ স্মৃতিত নিৰ্মিত ৱাশ্বিংটন স্মাৰকটো প্ৰথমবাৰ জনসাধাৰণৰ বাবে খোলা হৈছিল।
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাই বেজিয়ামৰ এণ্টৱেৰ্প দখল কৰে।
(৩) ১৯৫৪ চনৰ আজিৰ দিনটোতে আফ্ৰিকীয় দেশ আলজেৰিয়া হোৱা এক ভূমিকম্পত ১৪০০ লোক নিহত হয়। 
(৪) ২০০৫ চনৰ আজিৰ দিনটোতে ইউৰোপীয় উপগ্ৰহ 'ক্ৰায়োছেট' ৰ প্ৰক্ষেপন বিফল হৈছিল।
(৭) ২০০৬ চনৰ আজিৰ দিনটোতে গুগলে ইউটিউব অধিগ্ৰহণৰ কথা  ঘোষণা কৰে৷
(৮) ২০০৬ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াই প্ৰথমটো পাৰমানৱিক পৰীক্ষণ চলাই। 
(৯) ২০১২ চনৰ আজিৰ দিনটোতে শিশু অধিকাৰৰ বাবে কাম ন’ৱেল বঁটা বিজয়ী মালালা ইউছুফজাইক স্কুললৈ যোৱাৰ সময়ত  তালিবানে বন্ধুকেৰে আক্ৰমণ কৰে 



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৯ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম গবৰ্ণৰ চি ৰাজাপালচাৰীয়ে আনুষ্ঠানিকভাৱে আঞ্চলিক সেনাবাহিনীৰ উদ্বোধন কৰে।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে মাফিয়াৰ পৰা তেল সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে  এখন বিশেষজ্ঞৰ সমিতি গঠন কৰিছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮২৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্য এগৰাকী প্ৰসিদ্ধ সাহিত্যক ৰাজা লক্ষ্মণ সিং জন্ম হৈছিল ৷
(২) ১৯৪৫ চনৰ আজিৰ দিনটোতে বিখ্যাত ভাৰতীয় সৰোদ বাদক উস্তাদ আমজাদ আলি খানৰ  জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৯৪০ চনৰ আজিৰ দিনটোতে আমেৰিকান গায়ক জন লেননৰ মৃত্যু হয় ।
(২) ১৯৬৭ চনৰ আজিৰ দিনটোতে এগৰাকী বিপ্লৱী নেতা চে গুৱেভাৰ মৃত্যু হয়। 
(৩) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ কাঞ্চীৰামৰ মৃত্যু হয় ।




 

Post a Comment

Previous Post Next Post