ইতিহাসত আজিৰ দিনটো ৭ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৭ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মহাকাশ সপ্তাহ ৷(৪ পৰা ১০ অক্টোবৰ) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৪২ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ব্ৰিটিছ চৰকাৰে ৰাষ্ট্ৰসংঘ স্থাপনৰ কথা ঘোষণা কৰে ।
(২) ২০০০ চনৰ আজিৰ দিনটোতে জাপানত মানৱ ক্লনিং দণ্ডনীয় অপৰাধ ৰূপে ঘোষণা কৰা কৰিছিল ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৫৮৬  চনৰ আজিৰ দিনটোতে মোগলে কাশ্মীৰত প্ৰৱেশ কৰে৷
(২) ১৯১৯ চনত আজিৰ দিনটোতে  গান্ধীজীৰ 'নৱজীৱন' পত্ৰিকা প্ৰকাশিত হয়। 
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে মাডাৰ টেৰেছাই  কলকাতাত মিছনেৰীজ অৱ চৰিটি স্থাপন কৰিছিল।
(৪) ১৯৫২ চনৰ আজিৰ দিনটোতে চণ্ডগড় পাঞ্জাৱীৰ ৰাজধানী হয় ।
(৫) ১৯৯২ চনৰ আজিৰ দিনটোতে  ৰেপিড একচন ফৰ্চ স্থাপন কৰা হৈছিল।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৯১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু মহাত্মা গান্ধীৰ ঘনিষ্ঠ সহযোগি নৰহৰি পৰিখৰ জন্ম হৈছিল ।
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গজল গায়িকা বেগম আখ্টাৰৰ জন্ম হয় ।
(৩) ১৯২২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী লোকসভাৰ প্ৰাক্তন অধ্যক্ষ বলীৰাম ভগতৰ জন্ম হয়। 
(৪) ১৯৫২ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিনৰ  জন্ম হয় 
(৫) ১৯৭৯ চনৰ আজিৰ দিনটোত ভাৰতীয় ক্ৰিকেটাৰ জাহিৰ খানৰ জন্ম হয় ৷
(৬) ১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী মডেল, মিছ ৱৰ্ল্ড যুক্তা মুখীৰ জন্ম হয়। 



মৃত্যু : ----


(১) ১৯৭২ চনৰ আজিৰ দিনটোত ভাষাৰ মাধ্যম আন্দোলনত অনিল বৰা শ্বহীদ হৈছিল।








Post a Comment

Previous Post Next Post