ইতিহাসত আজিৰ দিনটো ৪ চেপ্তেম্বৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৪ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব পশু কল্যাণ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮২৪ চনত মেক্সিকো গণৰাজ্য ত পৰিণত হয়।
(২) ১৯৪৩ চনৰ আজিৰ দিনটোতে আমেৰিকাই জাপানৰ পৰা ছোলেমন দখল কৰে ৷
(৩) ১৯৫৭ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে  প্ৰথম উপগ্ৰহ স্পুটনিক সফলতাৰে  মহাকাশলৈ প্ৰেৰণ কৰে।
(৪) ২০০৬ চনৰ আজিৰ দিনটোতে জুলিয়ান এচাংছে উইকিলিকছ  প্ৰতিষ্ঠা কৰে।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিদেশী মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত  হিন্দীত ভাষণ প্ৰদান  কৰিছিল। 
(২) ১৯৮৬ চনৰ আজিৰ দিনটোতে হেলিকপ্তাৰ নিগম প্ৰতিষ্ঠা কৰা হয়। 


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৮৪ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ আগশাৰীৰ সাহিত্যিক আৰু লেখক ৰামচন্দ্ৰ শুক্লাৰ জন্ম হৈছিল।


মৃত্যু : ----

(১) 











Post a Comment

Previous Post Next Post