ইতিহাসত আজিৰ দিনটো ৬ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৬ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মহাকাশ সপ্তাহ ৷(৪ পৰা ১০ অক্টোবৰ) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৪৯৯ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা লুইচে মিলান দখল কৰে।
(২) ১৯৫৭ চনৰ আজিৰ দিনটোতে চোভিয়েত ইউনিয়নে নোভায়া জেমলিয়াত এক পাৰমানৱিক পৰীক্ষণ কৰে ।
(৩) ১৯৭২ চনৰ আজিৰ দিনটোতে মেক্সিকোত হোৱা এক ৰে'লৰ দুৰ্ঘটনাত  ২০৮ জন লোক নিহত হয়।
(৪) ১৯৮০ চনৰ আজিৰ দিনটোতে গুৱেনাৰ সংবিধান গ্ৰহণ কৰা হয়। 
(৫) ১৯৮৭ চনৰ আজিৰ দিনটোতে ফিজি গণৰাজ্য ৰূপে পৰিগণিত হয় 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় দণ্ডবিধি আইন কাৰ্যকৰী হয় ৷
(২) ১৯৮৩ চনৰ আজিৰ দিনটোতে পাঞ্জাৱত  ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰা হয়। 




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৯৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন প্ৰখ্যাত বৈজ্ঞানিক মেঘনাথ সাহাৰ জন্ম হয়। 
(২) ১৯৪৬ চনৰ আজিৰ দিনটোতে অভিনেতা বিনোদ খান্নাৰ জন্ম হয় ।



মৃত্যু : ----


(১) ২০১২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অধিবক্তা, পশ্চিমবংগৰ ১৯তম ৰাজ্যপাল বি সত্যনাৰায়ণ ৰেড্ডীৰ মৃত্যু হয় ।
(২) ২০১৪ চনৰ আজিৰ দিনটোতে আমেৰিকান অভিনেত্ৰী মৰিয়ন ছেল্ডেছৰ  তেওঁৰ মৃত্যু হয়।









Post a Comment

Previous Post Next Post