ইতিহাসত আজিৰ দিনটো ৮ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ৮ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মহাকাশ সপ্তাহ ৷(৪ পৰা ১০ অক্টোবৰ) 
(২) ভাৰতীয় বায়ুসেনা দিৱস।
(৩) মুন্সী প্ৰেমচন্দ স্মৃতি দিৱস ।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৫৬ চনৰ আজিৰ দিনটোতে ইংৰাজ আৰু চীনৰ মাজত দ্বিতীয় আফিম যুদ্ধ হৈছিল। 
(২) ১৯৩৬ চনৰ আজিৰ দিনটোতে  ব্ৰিটিছ টেলিভিছন প্ৰগেম পিকচাৰ প্ৰথম খণ্ড প্ৰচাৰিত হৈছিল ৷
(৩) ২০০১ চনৰ আজিৰ দিনটোতে ইটালীৰ মিলান বিমানবন্দৰ দুখন বিমানৰ মাজত হোৱা সংঘৰ্ষত ১১৪ জন লোক নিহত হয়। 
(৪) ২০০২ চনৰ আজিৰ দিনটোতে পাকিস্তানে চাহিন মিছাইল পুনঃ পৰীক্ষণ কৰে ৷
(৫) ২০০৭ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী মহম্মদ নছিমক ১৩ বছৰ কাৰাদণ্ড দিয়া হয়। ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় বায়ুসেনা গঠন কৰা হয়। 
(২) ২০০৫ চনৰ আজিৰ দিনটোতে কাশ্মীৰীত হোৱা ভূমিকম্পত সহস্ৰাধিক লোক নিহত হয় ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৪৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত উকীল, ন্যায়াধীশ আৰু নেতা বদৰুদ্দিন তৈয়াবৰ  জন্ম হৈছিল ।
(২) ১৯০৮ চনৰ আজিৰ দিনটোতে অসমৰ  এগৰাকী কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হয়।
(৩) ১৯২৬ চনৰ আজিৰ দিনটোতে বলিউদ অভিনেতা ৰাজকুমাৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৯৩৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ মৃত্যু হয়।
(২) ১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজবাদী  ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ মৃত্যু হয়।
(৩) ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন লেখক, সাংবাদিক, উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলাপতি ত্ৰিপাঠীৰ মৃত্যু হয়।



 

Post a Comment

Previous Post Next Post